• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কোন হ’ব গুৱাহাটীৰ পৰৱৰ্তী মেয়ৰ ? কি ক’লে দলে ?

নিউজ ডেস্ক by নিউজ ডেস্ক
April 25, 2022
in News, অসম, গুৱাহাটী, সংবাদ
1 min read
0
কোন হ’ব গুৱাহাটীৰ পৰৱৰ্তী মেয়ৰ ? কি ক’লে দলে ?
Share on FacebookShare on Twitter

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপি দলে বৃহৎ জয় সাব্যস্ত কৰাৰ পাছতেই এতিয়া গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ কোন হ’ব তাকে লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । এই সম্পৰ্কত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ বিজয়ী প্ৰাৰ্থীসকলক সম্ভাষণ জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে গুৱাহাটীবাসীক শিক্ষিত আৰু এখন চিনাকি মুখক মেয়ৰ হিচাপে নিযুক্তি দিয়াৰ কথা ভবা হৈছে ।

উল্লেখ্য যে,গুৱাহাটী পৌৰ নিগমৰ পূৰ্বৰ মেয়ৰ মৃগেন শৰণীয়া গুৱাহাটীবাসীৰ বাবে চিনাকী মুখ । সেই হিচাপে মৃগেন শৰণীয়া গুৱাহাটী পৌৰ নিগমৰ পৰৱৰ্তী মেয়ৰ হ’ব নেকি তাকে লৈ প্ৰশ্ন উঠিছে । কিন্তু বিজেপিৰ একাংশ নেতাৰ বাবে মৃগেন শৰণীয়া পচন্দৰ নহয় । তাৰ সমান্তৰালভাৱে মেয়ৰ হিচাপে শশাংক ডেকাৰ নামো উত্থাপিত হৈছে । উল্লেখযোগ্য যে,মৃগেন শৰণীয়া তিনিবাৰকৈ কাউন্সিলৰ হিচাপে আৰু শশাংক ডেকা দুবাৰকৈ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছে । ইপিনে ডেপুটি মেয়ৰ বিজেপিৰ মিত্ৰ দল অগপৰ কাউন্সিলাৰ হোৱাৰ সম্ভাৱনা আছে যদিও বিজেপিৰ একাংশ কাউন্সিলাৰে ইয়াৰ বিৰোধীতা কৰাৰ সম্ভৱনা আছে । কাৰণ পৌৰ নিগমৰ পৰিষদত এতিয়া বিজেপিৰ ৫২ গৰাকী আৰু অগপৰ মাত্ৰ ৬ গৰাকী কাউন্সিলাৰ আছে ।

অহা 26 এপ্ৰিলৰ ভিতৰত স্পষ্ট হ’ব এই কথা । ২৬ এপ্ৰিলত মাছখোৱা ITA ত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হ’ব বিজেপি আৰু অগপ দলৰ বিজয় উৎসৱ ।এই বিজয় উৎসৱৰ কথা সদৰি কৰি ভৱেশ কলিতাই কয় যে, গুৱাহাটীক অনাগত সময়ত সৰ্বাংগীন সুন্দৰ কৰি তোলা হ’ব । ইপিনে বিধায়ক জয়ন্তমল্ল বৰুৱাই কয় যে, ১ আৰু ৪২ নং ৱাৰ্ডত জনগাঁথনিৰ বাবেই বিজেপি পৰাজয় হৈছে । কেৱল মাত্ৰ ২৫০-৩০০ ভোটৰ ব্যৱধানত বিজেপি দুয়োখন আসন হেৰুৱাব লগা হৈছে ।

Previous Post

মিঞা ভোটৰ সহযোগত জয়ী হৈছে AAP আৰু AJP প্ৰাৰ্থী : পবিত্ৰ মাৰ্ঘেৰিটা

Next Post

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা

বিজেপি চৰকাৰৰ দিনত কোৰ্ট কাছাৰীৰ প্ৰয়োজন নাই : অখিল গগৈ

বিজেপি চৰকাৰৰ দিনত কোৰ্ট কাছাৰীৰ প্ৰয়োজন নাই : অখিল গগৈ

কেনেকৈ ফাদিল হ’ল SI পৰীক্ষাৰ প্ৰশ্নকাকত ?

কেনেকৈ ফাদিল হ'ল SI পৰীক্ষাৰ প্ৰশ্নকাকত ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8