• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

যৌতুকৰ বাবেই প্ৰাণ গ’ ল ২ বছৰীয়া শিশুৰ মাতৃৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 24, 2022
in News, অসম, ক্ৰাইম, সংবাদ
1 min read
0
যৌতুকৰ বাবেই প্ৰাণ গ’ ল ২ বছৰীয়া শিশুৰ মাতৃৰ
Share on FacebookShare on Twitter

স্বামীয়ে হত্যাৰ চেষ্টা কৰা গীতাশ্ৰীয়ে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে।
উল্লেখ্য যে, ২০১৭ চনৰ নৱেম্বৰত প্ৰদীপ তালুকদাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল গীতাশ্ৰী হাজৰিকা তালুকদাৰ নামৰ মহিলাগৰাকী । পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি বিবাহৰ কিছুদিনৰ পাছতেই গীতাশ্ৰীৰ ওপৰত শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলিছিল ৷ স্বামী প্ৰদীপ আৰু তেওঁৰ পৰিয়ালে গীতাশ্ৰীৰ ওপৰত চলাইছিল অকথ্য নিৰ্যাতন ৷ তাপৰ্যপূৰ্ণ কথা এয়ে যে এটি দুবছৰীয়া কন্যা সন্তানৰ মাতৃ আছিল গীতাশ্ৰী ।

গীতাশ্ৰীৰ ভাতৃৰ অভিযোগ মতে, ঘৰৰ পৰা প্ৰতিমাহে ১০ ৰ পৰা ১৫ হাজাৰ টকা দিয়া হৈছিল গীতাশ্ৰীক ৷ ইয়াৰ পাছতো পত্নী গীতাশ্ৰীৰ ওপৰত স্বামী প্ৰদীপ তালুকদাৰে নিৰ্যাতন চলাইছিল বুলি জানিবলৈ দিয়ে গীতাশ্ৰীৰ ভাতৃয়ে ৷ অভিযোগ মতে, মাজৰাতি ফেনত ওলোমাই হত্যাৰ চেষ্টা চলোৱা হৈছিল গীতাশ্ৰীক ৷ ইয়াৰ পিছতে স্বামীগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল গীতাশ্ৰীক ৷ ইয়াৰ পিছতেই সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটীৰ GMCHত ভৰ্তি কৰোৱা হৈছিল গীতাশ্ৰীক ৷ অৱশ্যে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল যদিও জীৱন মৰণৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে গীতাশ্ৰীয়ে ৷এতিয়া প্ৰশ্ন হয়, প্ৰকৃত ন্যায় পাৱনে দুৰ্ভগীয়া গীতাশ্ৰীয়ে ? ইফালে স্বামী প্ৰদীপ তালুকদাৰক গ্ৰেপ্তাৰ কৰা হ’ল যদিও পৰিয়ালৰ বাকী থকা সদস্যক এতিয়াও গ্ৰেপ্তাৰ কৰা নাই ফটাশিল আৰক্ষীয়ে ৷

Previous Post

মডেলিঙৰ বাবে আগ্ৰহী প্ৰতিযোগীৰ বাবে ভাল খবৰ

Next Post

LPGৰ ৰাজসাহায্য কৰ্তন আৰু মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক সৰ্বহাৰা কৰিছে চৰকাৰে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
LPGৰ ৰাজসাহায্য কৰ্তন আৰু মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক সৰ্বহাৰা কৰিছে চৰকাৰে

LPGৰ ৰাজসাহায্য কৰ্তন আৰু মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক সৰ্বহাৰা কৰিছে চৰকাৰে

প্ৰতি ইউনিটত ২টকাৰো অধিক বাঢ়িব লাগিছিল বিদ্যুৎ বিল!

প্ৰতি ইউনিটত ২টকাৰো অধিক বাঢ়িব লাগিছিল বিদ্যুৎ বিল!

৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8