• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘অ’ ঘৰচিৰিকা, মোৰ চোতালত ওমলহি’ আজি বিশ্ব ঘৰচিৰিকা দিৱস

নিউজ ডেস্ক by নিউজ ডেস্ক
March 20, 2022
in News, অসম, আন্তৰ্জাতিক, সংবাদ
1 min read
0
world Sparrow Day
Share on FacebookShare on Twitter

ৰ’দো দিছে বৰষুণো দিছে খৰা শিয়ালৰ বিয়া,
ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া

ঘৰচিৰিকা । এটি কণমানি চৰাই । ঘৰৰ মুধচৰ চুকে-কোণে কণমাণ বাহ একোটা, বাহৰ পৰা ঘনে ঘনে ওলোৱা-সোমোৱা কৰা ঘৰচিৰিকাহালি, সিহঁতৰ মোটোহা ঠোঁটটোত কঢ়িওৱা কণ কণ কুটাবোৰ চোৱাৰ আমেজ বহুতৰ বাবেই কিজানি সোণালী শৈশৱ ৷ পিছে কালৰ কুটিল গতিত এই আলসুৱা চৰাইবিধেই বৰ্তমান অস্তিত্বৰ সংকটত!

আজি ২০ মাৰ্চ ৷ অৰ্থাৎ বিশ্ব ঘৰচিৰিকা দিৱস ৷ বিশ্ব ঘৰচিৰিকা দিৱসৰ উদ্দেশ্য মাত্ৰ এটাই সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধি কৰি চৰাইবিধক সুৰক্ষা প্ৰদান কৰা ৷ কেইবছৰমান পূৰ্বে চৰাইবিধক দেখা গৈছিল প্ৰায়সংখ্যক লোকৰ ঘৰৰ চোতালত ৷ কিন্তু সাম্প্ৰতিক সময়ত বৰ্ধিত শব্দ প্ৰদূষণৰ ফলস্বৰূপে বিলুপ্তিৰ পথত এই চৰাইবিধ ৷ ফ্ৰান্সৰ ইক’-চিছ একচন ফাউণ্ডেচন আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সহযোগত ভাৰতত নেচাৰ ফৰেভাৰ ছ’চাইটিৰ দ্বাৰা এই চৰাইবিধৰ সংৰক্ষণৰ হেতুকে প্ৰথমে বিশ্ব ঘৰচিৰিকা দিৱস পালন কৰা হৈছিল ৷

উল্লেখ্য যে, এই দিনটোতেই ঘৰচিৰিকা চৰাইবিধৰ সজাগতা বৃদ্ধিৰ বাবে ল’ব পৰা পদক্ষেপ সম্পৰ্কত আলোচনা কৰা হয় ৷ ২০১০ চনত বিশ্বত প্ৰথমবাৰৰ বাবে বিশ্ব ঘৰচিৰিকা দিৱসৰ আয়োজন কৰা হৈছিল ৷ এইবাৰৰ বিশ্ব ঘৰচিৰিকা দিৱসৰ বিষয়বস্তু হৈছে “মই ঘৰচিৰিকা ভালপাওঁ” ।

Previous Post

ৰণগৌৰা নাৰ্জাৰী হ’ব ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী

Next Post

ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ চহৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ চহৰ

ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ চহৰ

আজিৰ দিনটোতেই ৰাইজলৈ আগবঢ়োৱা হৈছিল ‘জয়মতী’

আজিৰ দিনটোতেই ৰাইজলৈ আগবঢ়োৱা হৈছিল 'জয়মতী'

কেনেকৈ ফাদিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ?

কেনেকৈ ফাদিল হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8