• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আপোনাৰ শিশুটিও ডায়েবেটিচত ভুগিব পাৰে! ইয়াৰ লক্ষণবোৰ কি?

নিউজ ডেস্ক by নিউজ ডেস্ক
May 14, 2022
in News, খাদ্যাভাস, জীৱনশৈলী, সংবাদ
1 min read
0
আপোনাৰ শিশুটিও ডায়েবেটিচত ভুগিব পাৰে! ইয়াৰ লক্ষণবোৰ কি?
Share on FacebookShare on Twitter

৫ বছৰীয়া শিশু এটাও জটিল ৰোগত ভুগি আছে। আপুনি জানেনে, ভাৰতক “বিশ্বৰ ডায়েবেটিচৰ ৰাজধানী” বুলি কোৱা হয়। কিন্তু, সমগ্ৰ বিশ্বতে ডায়েবেটিচ থকা শিশুৰ সংখ্যাও লেহেম গতিত বৃদ্ধি পাইছে। এইটো স্বাস্থ্য বিশেষজ্ঞসকলৰ বাবে চিন্তাৰ কাৰণ। পৰিসংখ্যা অনুসৰি, ৫ ৰ পৰা ২০ বছৰ বয়সৰ ভিতৰত বিশ্বজুৰি প্ৰায় ১.১ নিযুত শিশু বৰ্তমান ডায়েবেটিচ ৰোগত ভুগি আছে। প্ৰতি বছৰে প্ৰায় ১ লাখতকৈঅধিক শিশু প্ৰথম প্ৰকাৰ ডায়বেটিচত ভুগে।

বিশেষজ্ঞসকলে জনোৱা অনুসৰি, শিশুসকল সাধাৰণতে প্ৰথম প্ৰকাৰ ডায়বেটিচত ভোগে। কিন্তু, কিছু ক্ষেত্ৰত, শিশুও দ্বিতীয় প্ৰকাৰ ডায়বেটিচৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে। যদি আপুনি শিশুসকলৰ জীৱনশৈলীত কিছুমান বিশেষ পৰিৱৰ্তন লক্ষ্য কৰে, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শৰ সৈতে লগে লগে চিকিৎসা আৰম্ভ কৰিব লাগে। চিকিৎসক সকলে জনোৱা অনুসৰি অনিয়ন্ত্ৰিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস, ব্যায়ামৰ অভাৱৰ বাবে শিশু সকলেও ডায়েবেটিছত ভুগিব পাৰে।

আপুনি শিশু সকলৰ দেহত ডায়েবেটিচ ৰোগ হোৱা বুলি কেনেকৈ গম পাব?
তলত উল্লেখ কৰা লক্ষণ বোৰ যদি আপুনি শিশু সকলৰ দেহত দেখা পায়, তেন্তে আপুনি নিশ্চিত হব যে আপোনাৰ শিশুটোও ডায়েবেটিচ ৰোগত ভুগি আছে।

১) শিশুসকল সাধাৰণতে চঞ্চল প্ৰকৃতিৰ হয়। প্ৰায় সকলোৰে শক্তিৰ স্তৰ অতি উচ্চ। কিন্তু, শিশুৰ সদায় ভাগৰ, দুৰ্বলতা আদি থাকিলে সাৱধান হোৱা উচিত।

২) ব্যায়াম কৰাৰ পিছতো, কেঁচুৱাটোৰ যদি সোনকালে ওজন হ্ৰাস কৰিছে? এয়াও ডায়েবেটিচৰ লক্ষণ। গতিকে, লগে লগে চিকিৎসকৰ পৰামৰ্শ লওঁক।

৩) সঘনাই ভোক লগা, ডিঙি শুকান হোৱা আৰু সঠিকভাৱে টোপনি নোযোৱাও শিশুৰ ক্ষেত্ৰত ডায়েবেটিচৰ লক্ষণ হব পাৰে। গতিকে, লগে লগে চিকিৎসকৰ পৰামৰ্শ লওঁক।

৪)আপোনাৰ শিশুটিয়ে সঘনাই প্ৰস্ৰাৱৰ সমস্যাৰ সন্মুখীন হৈছে নেকি? সাধাৰণতে অত্যাধিক পানী খোৱাৰ ফলতো এই সমস্যাটো দেখা যায়। কিন্তু, যদি আপোনাৰ এই লক্ষণবোৰ দীঘলীয়া সময়ৰ বাবে থাকে, তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওঁক।

৫) যদি আপোনাৰ শিশুটিয়ে ডায়েবেটিচত ভুগি আছে, তেন্তে আপোনাৰ চকুৰ সমস্যা হ’ব। যদি শিশুৱে চকুৰে অস্পষ্ট দেখা পায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওঁক।

 

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্রী

Related Posts

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’
News

Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’

June 7, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
Next Post
মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্রী

মানিক সাহা হ'ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্রী

আলফাৰ দাবী  মন্ত্ৰী সঞ্জয় কিষাণে খুজিব লাগিব ক্ষমা! অন্যথা হ’ব বিহিত ব্যৱস্থা

আলফাৰ দাবী মন্ত্ৰী সঞ্জয় কিষাণে খুজিব লাগিব ক্ষমা! অন্যথা হ'ব বিহিত ব্যৱস্থা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8