• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

টীয়কৰ ভগামুখত পিষ্টল সহ যুৱক গ্ৰেপ্তাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 5, 2022
in News, অসম, ক্ৰাইম, সংবাদ
0
টীয়কৰ ভগামুখত পিষ্টল সহ যুৱক গ্ৰেপ্তাৰ
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ ভগামুখত টীয়ক আৰক্ষী আৰু ভগামুখ আৰক্ষীয়ে যুটীয়া অভিযান চলাই এক বিশেষ গোপন সূত্ৰৰ পম খেদি এটা পিষ্টল সহ এজন ব্যক্তিক আটক কৰে। ভগামুখ লাহোৱাল গাঁৱৰ নৱজ্যোতি বৰ কাটকী (৫৩ বছৰ) ওৰফে কলীয়া নামৰ ব্যক্তি জনক ঘৰৰ পৰাই আটক কৰে আৰক্ষীয়ে।লগতে আৰক্ষীয়ে জব্দ কৰে ৭.৬২ এটা পিষ্টল আৰু চৰিটা সজীৱ গুলি।

সম্প্ৰতি ব্যক্তি গৰাকী আৰক্ষীৰ জিম্মাত ৰাখি সোধ পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু কাৰাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে নৱজ্যোতি বৰকটকী আত্ম সমৰ্পনকাৰী আলফা। বিগত দিনবোৰত তেওঁৰ বিৰুদ্ধে বহুতো আপত্তিজনক গোচৰ থকাৰ হেতুকে বহুদিনৰ পৰা তেওঁৰ কাম কাজ আদিবোৰ আৰক্ষীয়ে নিৰীক্ষণ কৰি আহিছিল আৰু শেহতীয়াকৈ কালি নিশা ঘৰৰ পৰা ব্যক্তিজনক পিষ্টলসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

Previous Post

আম্বানী আৰু আদানীয়ে নেটফ্লিক্স আমাজনৰ আধিপত্য ভংগ কৰিব নেকি ?

Next Post

দিছপুৰ কলেজৰ পৰা প্ৰৱঞ্চকে লুটিলে ৭৬ লাখ টকা

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’
News

Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’

June 7, 2023
Next Post
দিছপুৰ কলেজৰ পৰা প্ৰৱঞ্চকে লুটিলে ৭৬ লাখ টকা

দিছপুৰ কলেজৰ পৰা প্ৰৱঞ্চকে লুটিলে ৭৬ লাখ টকা

সাৱধান! এটা পলুৱে নষ্ট কৰিব পাৰে আপোনাৰ লিচুৰ খেতি

সাৱধান! এটা পলুৱে নষ্ট কৰিব পাৰে আপোনাৰ লিচুৰ খেতি

গুৱাহাটীত জঘন্য ঘটনা; কন্যাক বলাৎকাৰৰ চেষ্টা পিতৃৰ

গুৱাহাটীত জঘন্য ঘটনা; কন্যাক বলাৎকাৰৰ চেষ্টা পিতৃৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8