Tag: অসম

Sivasagar

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১লাখ ৬হাজাৰ খিলঞ্জীয়াক প্ৰদান কৰে ভূমি পট্টা

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিৱসাগৰৰ জেৰেঙা পথাৰত উপস্থিত হয়। তাত তেওঁ ১ লাখতকৈ অধিক লোকক ভূমি আৱণ্টনৰ প্ৰমাণ পত্ৰ প্ৰদান ...

Ulfa(I)

আলফা(স্বাধীন)ৰ স্বীকাৰোক্তি; শুকুৰবাৰে ডিগবৈত বোমা বিস্ফোৰণ কৰিছিল

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৪৫ বজাত ডিগবৈস্থিত ৩নং গাড়োবাল ৰেজিমেণ্টৰ সেনা শিবিৰত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাটোক লৈ ...

AASU

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণৰ পূৰ্বে ৰাজ্যজুৰি জোঁৰ সমদল আছুৰ; ৫৫জন কৰ্মীক আৱদ্ধ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণৰ পূৰ্বে ৰাজ্যজুৰি জোঁৰ সমদল আছুৰ। মানকাচৰৰ কালাপানীত আছুৰ ক'লা বেজ পৰিধান কৰি জোঁৰ সমদল। আৰক্ষীয়ে ৫৫ ...

৩৩ মাহ ধৰি দিয়া নাই দৰমহা; দৰমহা বিচাৰি হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ টেট শিক্ষকৰ

৩৩ মাহ ধৰি দিয়া নাই দৰমহা; দৰমহা বিচাৰি হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ টেট শিক্ষকৰ

৩৩ মাহ বিনা বেতনে কাম কৰি আহিছে বি টি আৰৰ টেট শিক্ষকসকল। বেতন নোহোৱাকৈ শিক্ষাদান কৰি অহা শিক্ষকসকল এতিয়া চিন্তিত ...

ahsec office

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সংশোধন কৰিব উচ্চতৰ মাধ্যমিকৰ পাঠ্যপুথি

উচ্চতৰ মাধ্যমিকৰ পাঠ্যপুথিৰ সংশোধন আৰু সংস্কাৰ সাধন কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । ২০২১-২২ বৰ্ষৰ পৰা আৰম্ভ কৰা হ'ব ...

Sivasagar

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু শিৱসাগৰবাসী; প্ৰস্তুতি চলিছে তুংগত

কাইলৈ শিৱসাগৰৰ মহাসতী জয়মতীৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ পূৰ্বে উখল মাখল পৰিৱেশে বিৰাজ ...

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ২০২০ বৰ্ষান্তৰ পৰ্যালোচনা

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ২০২০ বৰ্ষান্তৰ পৰ্যালোচনা

নব্বৈৰ দশকৰ আৰম্ভণিতে অর্থনৈতিক উদাৰীকৰণ সত্বেও কৃষিক্ষেত্রখন বাদ পৰি আছিল। চৰকাৰে পৰৱর্তী কালত উপলব্ধি কৰিব পাৰে যে এই ক্ষেত্রখনক উন্নত ...

Kiren Rijiju

বৰ্ষান্ত সমীক্ষা-২০২০: পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ মন্ত্ৰালয়

কেন্দ্ৰীয় বাজেট ২০২০-২১ত পূৰ্বোত্তৰ ক্ষেত্ৰৰ সামগ্ৰিক বিকাশক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হয়। বাজেটৰ আৱণ্টনত ১৪%তকৈ অধিক বৃদ্ধি কৰা হয়। পূৰ্বোত্তৰ ক্ষেত্ৰৰ ...

বিজেপিৰ দলীয় প্ৰাৰ্থীত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

বিজেপিৰ দলীয় প্ৰাৰ্থীত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

নিউজ ডেস্কঃ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলত চলিছে ব্যাপক চিন্তা-চৰ্চা । ...

Page 28 of 31 1 27 28 29 31