আজি সন্ধিয়া ৫ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে সন্ধিয়া ৫ বজাত দেশক সম্বোধন কৰিব। PMOই টুইটাৰযোগে এই কথা জানিবলৈ দিয়ে। টুইটাৰযোগে কয় যে, "প্ৰধানমন্ত্ৰী ...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে সন্ধিয়া ৫ বজাত দেশক সম্বোধন কৰিব। PMOই টুইটাৰযোগে এই কথা জানিবলৈ দিয়ে। টুইটাৰযোগে কয় যে, "প্ৰধানমন্ত্ৰী ...
২০২০ এক অভিশপ্ত বছৰ আছিল। এক মাৰাত্মক অদৃশ্য ভাইৰাছৰ পৰা ভূমিকম্পলৈকে, ঘূৰ্ণীবতাহৰ পৰা এলিয়েন দৃশ্যলৈকে প্ৰতিটো আটাইতকৈ বেয়া সম্ভৱ পৰিস্থিতি ...
সমগ্ৰ দেশে এতিয়া ক'ৰোনা ভাইৰাছৰ সৈতে যুঁজ দি আছে। ক'ৰোনা সংক্ৰমিত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ আছে। পৰিস্থিতি অনিয়ন্ত্ৰিত দিশে ...
ECIয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা ৪৮ ঘণ্টালৈ নিষেধাজ্ঞা প্ৰদান কৰাৰ পিছতে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ...
হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰাৰ পিছতে ৪৮ ঘণ্টাৰ বাবে নিৰ্বাচনী আয়োগে কোনোধৰণৰ নিৰ্বাচনী কাৰ্য-কলাপত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা প্ৰদান কৰিলে। ...
ছচিয়েল মিডিয়াত চলি থকা জিনছ্ বিতৰ্কক লৈ মাত মাতিলে কণ্ঠশিল্পী আদনান ছামীয়ে। কিন্তু কণ্ঠশিল্পীগৰাকীয়ে অন্যধৰণে নিজৰ মতামত দিয়ে। শুকুৰবাৰে আদনান ...
শনিবাৰে জাতীয় মহিলা শক্তিৰ সম্পাদক অপৰাজিতা শইকীয়াই ‘Voice of Assam’ৰ টুইটাৰ পেজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ‘Voice of Assam’ৰ টুইটাৰ ...
পপ ছিংগাৰ ৰিহানা নিজৰ গান আৰু ফেশ্বনৰ বাবে প্ৰায়ে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আহিছে। কিছুদিন পূৰ্বে তেওঁ কৃষক আন্দোলনক লৈ টুইট ...
প্ৰায় দুমাহৰো অধিক দিন দেশৰ ৰাজধানীত কৃষকে কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে ৷ আৰু এই কৃষক আন্দোলনে দেশৰ ...
নিউজ ডেস্কঃ গণতন্ত্ৰ দিৱসৰ দিনাখন দেশৰ ৰাজধানীত তিনি কৃষি আইনৰ বাতিলৰ দাবীত কৃষকে কৰা হিংসাত্মক কাৰ্য-কলাপৰ বাবে এচামে সামাজিক মাধ্যমত ...
এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪
© 2021 All Rights Reserved | Headline8