• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস; ২ অসমীয়া যুৱকক গুলীয়ালে অৰুণাচলী যুৱকে

Manoranjan Majumder by Manoranjan Majumder
February 9, 2021
in Uncategorized
1 min read
0
অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস; ২ অসমীয়া যুৱকক গুলীয়ালে অৰুণাচলী যুৱকে
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ কিমিনস্থিত হোটেলত সোমবাৰে নিশা এক গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷

“বি এম হোটেল” নামৰ এখন হোটেলত এই ঘটনাটো সংঘটিত হয় সন্ধিয়া প্ৰায় ৭ বজাত ৷

উল্লেখযোগ্য যে গ্ৰাহকৰ বেশত অহা এজন অজ্ঞাত লোকে অতৰ্কিতে গুলীচালনা কৰাৰ ফলত হোটেলখনৰ মেনেজাৰ তথা স্বত্ত্বাধিকাৰ জয়ন্ত তাঁতী আৰু হোটেলখনৰ কৰ্মচাৰী শিৱ মল্লিক গুৰুতৰভাৱে আহত হয় ।

কিমিনত এখন হোটেলত ব্যৱসায় কৰি থকা জয়ন্ত তাঁতীৰ সোঁহাতত গুলী লাগে।

গুলীচালনাৰ শব্দ শুনি ভিতৰৰ পৰা মেনেজাৰৰ কেবিনৰ ওচৰলৈ ওলাই অহা শিৱ নামৰ কৰ্মচাৰীজনকো অজ্ঞাত লোকজনে গুলীচালনা কৰে ।

নিশাই ততাতৈয়াকৈ আহত দুয়োগৰাকী লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা অনুসৰি বৰ্তমানলৈ দুয়োজন লোক সংকটজনক অৱস্থাত আছে ৷

উল্লেখ্য, আৰক্ষীয়ে নিশাৰে পৰা এই সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত কোনো লোকক আটক কৰিব পৰা নায় ।

যাৰ বাবে এই সম্পূৰ্ণ ঘটনাটোক গৰিহনা দি পথ অৱৰোধ কৰি মঙলবাৰে আছা-আটছাই প্ৰতিবাদ কৰে ৰাষ্ট্ৰীয় ঘাইপথত ৷

Tags: arunachal pradesh
Previous Post

‘ৰাম তেৰী গংগা মেলী’ৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ কাপুৰৰ দেহাৱসান

Next Post

গুহ্যদ্বাৰত লুকুৱাই সোণ সৰবৰাহ কৰে সৰবৰাহকাৰীয়ে

Related Posts

“She is no more but still beats In me”-ভগ্নীৰ জন্মদিনত আবেগিক পোষ্ট হাৰ্টথ্ৰব জুবিন গাৰ্গৰ
Uncategorized

“She is no more but still beats In me”-ভগ্নীৰ জন্মদিনত আবেগিক পোষ্ট হাৰ্টথ্ৰব জুবিন গাৰ্গৰ

October 1, 2021
আৰম্ভ হ’ল সুৰাৰ হোম ডেলিভাৰি – জানক সবিশেষ
Uncategorized

আৰম্ভ হ’ল সুৰাৰ হোম ডেলিভাৰি – জানক সবিশেষ

July 22, 2021
Representative Image
Uncategorized

কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত – কোনে পালে মন্ত্ৰীৰ মৰ্যাদা

July 22, 2021
ৰাজহুৱা ‘নামাজ’ৰ অনুমতি দিয়া নহ’ব : জিলা উপায়ুক্তৰ নিৰ্দেশনা
Uncategorized

ৰাজহুৱা ‘নামাজ’ৰ অনুমতি দিয়া নহ’ব : জিলা উপায়ুক্তৰ নিৰ্দেশনা

July 16, 2021
সৰ্বানন্দ সোণোৱালক অন্য এক গুৰু দায়িত্ব
Uncategorized

সৰ্বানন্দ সোণোৱালক অন্য এক গুৰু দায়িত্ব

July 13, 2021
H8 Fact Check: কানাডাৰ বনজুইৰ নামত ভাইৰেল হোৱা ছৱি ভুৱা।
Uncategorized

H8 Fact Check: কানাডাৰ বনজুইৰ নামত ভাইৰেল হোৱা ছৱি ভুৱা।

July 12, 2021
Next Post
Gold Smuggler

গুহ্যদ্বাৰত লুকুৱাই সোণ সৰবৰাহ কৰে সৰবৰাহকাৰীয়ে

আপোনাৰ পাকঘৰৰ এবিধ সাধাৰণ পাচলিয়ে বঢ়াব পাৰে আপোনাৰ সৌন্দৰ্য !

আপোনাৰ পাকঘৰৰ এবিধ সাধাৰণ পাচলিয়ে বঢ়াব পাৰে আপোনাৰ সৌন্দৰ্য !

facebook

ভুৱা বাতৰি প্ৰচাৰ কৰা বহু কেইটা পোষ্ট আঁতৰালে ফেচবুকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8