আলফাই শীঘ্ৰেই মুকলি কৰিব কুইপ’ৰ দুই অপহৃতকক ৷
শনিবাৰে এক প্ৰেছ বিবৃতিযোগে সংযুক্ত মুক্তি বাহিনীয়ে জনালে এই কথা ৷
নিউজ ৱেব প’ৰ্টেলটোৰ সাংবাদিকগৰাকীয়ে সংগঠনটোৰ ওচৰত ক্ষমা খোজাৰ কথা উল্লেখ কৰিছে আলফাই ৷
সংগঠনটোৰ তত্বাৱধানত থকা কুইপ’ৰ দুইৰ দুই বিষয়া কৰ্মচাৰীৰ মুক্তিৰ ক্ষেত্ৰত কোনো বাধা নাই বুলি উল্লেখ কৰি
দুয়োজনক সু-স্বাস্থ্যৰে সুৰক্ষিত স্থানত মুকলি কৰি দিয়াৰ কথাও উল্লেখ কৰিছে প্ৰেছ বিবৃতিত ৷