বিধানসভা নিৰ্বাচন দুৱাৰদলিত।
প্ৰথম আৰু দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ পিছত অৱশেষত অগপই ঘোষণা কৰিলে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা।
১৩টা সমষ্টিৰ বাবে ঘোষণা কৰিলে এই প্ৰাৰ্থীৰ তালিকাখন।
কোনে পালে, কোনে হেৰুৱালে প্ৰাৰ্থীত্ব?
উল্লেখ্য ৭ মাৰ্চত অগপই ৮টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল।
ইয়াৰ পিছত ১১ মাৰ্চত ৬টা সমষ্টিৰ আৰু অৱশেষত দেওবাৰে ১৩টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে।
১৩টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীসকলৰ নাম আৰু সমষ্টিৰ নাম ক্ৰমে-
৩২নং বঙাইগাঁও – শ্ৰী ফণীভূষণ চৌধুৰী
৪৯নং ছয়গাঁও – ডাঃ কমলাকান্ত কলিতা
৫৪নং গুৱাহাটী পশ্চিম- শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা
৩৪নং উত্তৰ অভয়াপুৰী – শ্ৰী ভূপেন ৰায়
২১নং মানকাচৰ – শ্ৰী জাবেদ ইছলাম
৩৫নং দক্ষিণ অভয়াপুৰী – শ্ৰী পূৰ্ণেন্দু বনিক
৩৭নং গোৱালপাৰা পূব- শ্ৰী জ্যোতিষ দাস
৩৮নং গোৱালপাৰা পশ্চিম- শ্বেখ ছাহ আলম
৪১নং ভবানীপুৰ – ডঃ ৰঞ্জিত ডেকা
৪৩নং বৰপেটা – গুণীন্দ্ৰ নাথ দাস
৪৬নং সৰুক্ষেত্ৰী – শ্ৰী কল্পনা পাটোৱাৰী
৪৭নং চেঙা – শ্ৰী ৰবিউল হুছেইন
৪৮নং বকো – শ্ৰী জ্যোতি প্ৰসাদ দাস
Photo: Google