আজিৰে পৰা দিল্লী চৰকাৰে ঘোষণা কৰিলে নৈশ সান্ধ্য আইন।
দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে ক’ৰোনা মহামাৰীৰ প্ৰভাৱ ।
বৰ্দ্ধিত ক’ৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সংক্ৰমণ ৰোধ কৰিবলৈ কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
আজিৰে পৰা নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ নিশা সান্ধ্য আইন ঘোষণা কৰিছে দিল্লীত।
৩০ এপ্ৰিললৈ চলিব এই নৈশ সান্ধ্য আইন।
Photo Credit :Google