ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথৰ স্বামী যুৱৰাজ ফিলিপে শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে।
৯৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে যুৱৰাজ ফিলিপে।
মৃত্যুৰ কথা প্ৰকাশ কৰে মহাৰাণী এলিজাবেথে।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল যুৱৰাজ ফিলিপ আৰু শুকুৰবাৰে ব্ৰিটেইনৰ উইণ্ডছল কাছলত শেষ নিশ্বাস ত্যাগ কৰে।
তেওঁৰ মৃত্যুৰ পিছতে ব্ৰিটেইনত ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হয়।
লগতে সকলো চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰা হয় বুলি জানিব পৰা গৈছে।
Photo Credit:Google