দেশত ক’ৰোনাৰ সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে ললে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
ক’ৰোনাৰ বাবে বন্ধ কৰি দিয়া হ’ল স্কুল কলেজ।
সকলো চৰকাৰী বেচৰকাৰী স্কুল কলেজ বন্ধৰ নিৰ্দেশ দিছে দিল্লী চৰকাৰে ।
এক টুইট যোগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে এই কথা।
कोविड के बढ़ते मामलों के कारण, दिल्ली में सभी स्कूल (सरकारी, प्राइवेट सहित), सभी क्लासेज के लिए अगले आदेश तक बंद किए जा रहे हैं।
— Arvind Kejriwal (@ArvindKejriwal) April 9, 2021
পৰৱৰ্তী সিদ্ধান্ত জাৰি নকৰালৈ বন্ধ থাকিব লাগিব দিল্লীস্থিত সকলো স্কুল ,কলেজ।
বৰ্ধিত ক’ৰোনা ভাইৰাচৰ সংক্ৰমণ ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব দিছে দিল্লী চৰকাৰে।
Photo Credit: Google