পুনৰ সংঘটিত হৈছে এগৰাকী ১৭ বছৰীয়া যুৱতীৰ ধৰ্ষণৰ জঘন্য ঘটনা। অভিযোগ অনুসৰি ধৰ্ষণকাণ্ড সংঘটিত কৰে এগৰাকী ৪৩ বছৰীয়া ব্যক্তিয়ে।
বদৰপুৰ নিবাসী এই ধৰ্ষণকাৰীজনক ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰা অভিযোগৰ ভিত্তিত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। অপৰাধীক ভাৰতীয় দণ্ডবিধিৰ অইন ধাৰাৰ লগতে Protection of Children from Sexual Offences (Pocso) Act, ২০১২ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।