চেনি খোৱাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী! চেনি আমি দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰী। পুৱা উঠি খোৱা চাহ কাপৰ পৰা দিনটোৰ প্ৰত্যেকটো সামগ্ৰীতে কম বেছি পৰিমানে চেনি ব্যৱহাৰ হয়। আমি গৰমত খোৱা কল্ড ড্ৰিংকছৰ পৰা ফাষ্ট ফুডতো চেনিৰ ব্যৱহাৰ কৰা হয়।
ভাৰতত সৰ্বাধিক হাৰত চেনি ব্যৱহাৰ কৰা হয়। ২০১৮ বৰ্ষত ভাৰতবৰ্ষত ব্যৱহাৰ হৈছিল ২৫.৩৯ মিলিয়ন মেট্ৰিক টন চেনি।
বিশ্বৰ ভিতৰতে সৰ্বাধিক চেনি গ্ৰহণ কৰা দেশখন হৈছে ইজৰাইল। সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ২০১৮ বৰ্ষত দেশখনত প্ৰতিজন ব্যক্তিয়ে বছৰত গ্ৰহণ কৰিছে ৬০ কিঃগ্ৰাঃতকৈ অধিক চেনি।
ইজৰাইলৰ পিছতে সৰ্বাধিক চেনি গ্ৰহণ কৰাদেশ হৈ ছে মালয়েচিয়া, বাৰবৌডছ,ব্ৰাজিল ইত্যাদি। আনহাতে ইয়াৰ বিপৰীতে বিশ্বৰ ভিতৰতে সবাতোকৈ কম চেনি ব্যৱহাৰ কৰে গ্ৰহণ কৰে উত্তৰ কোৰিয়াত।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতিদিনে এজন মানুহে ২৫ গ্ৰাম চেনি গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী।
চেনিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
চেনিয়ে টোপনি ভাল কৰে।
চেনিয়ে ওজন কমোৱাত সহায় কৰে।
চেনিয়ে দেহত শক্তি বৃদ্ধি কৰে।
চেনিয়ে চিন্তা কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে।
চেনিৰ প্ৰতিদিনৰ ব্যৱহাৰে মগজু সক্ৰিয় কৰি ৰখাত সহায় কৰে।