“লগ যা গলে, কি ফিৰ য়ে, হাসি ৰাত হো না হ.. ”
দেশৰ সাংস্কৃতিক জগত খনৰ বৃহৎ ক্ষতি । দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে মেলডী কুইন” লতা মংগেশকাৰে।
৮ জানুৱাৰীত কণ্ঠশিল্পী গৰাকীৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ ৰ অৱস্থিতি।
মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কণ্ঠশিল্পী গৰাকীয়ে
শনিবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত ভেণ্টিলেছনত ৰখা হৈছিল কিংবদন্তী কণ্ঠশিল্পীগৰাকীক।