থানাত পোষ্টিং বিচাৰি ঘোচ দিবলৈ আহি গ্ৰেপ্তাৰ নগাঁৱৰ ASI আব্দুল মতলিব। নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ঘটিছে এই ঘটনা৷ পূৰ্বে আব্দুল মুতলিব ৰিৰ্জাভ ক্লজ হৈ আছিল৷
থানাত মকৰল বিছাৰি মতলিবে নগাঁও সদৰ DSP ত্ৰিদিপ কুম্বাঙক আগবঢ়াইছিল ধনৰ টোপোলা৷ ASI আব্দুল মুতলিবে দহ হাজাৰ টকা উপঢৌকন আগবঢ়োৱাৰ পিছতে DSP কুম্বাঙে আব্দুলক গ্ৰেপ্তাৰ কৰে৷