- উচ্চ ন্যায়ালয়ত ভুৱা তথ্য দি বিপদত ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড।
- IOCLক ৫০ হাজাৰ টকা জৰিমণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
- ভুৱা নথিৰ সহায়ত দিছিল গেছ এজেঞ্চিক অনুজ্ঞাপত্র।
- মৰিগাঁৱৰ যাদৱ বৰুৱা নামৰ লোকজনক দিছিল এই অনুজ্ঞাপত্র।
- ভুৱা নথি দিয়াৰ বাবে IOCLৰ ওপৰত ক্ষুণ্ণ ন্যায়ালয়।
- যাদৱ বৰুৱাকো ৫০ হাজাৰ টকাৰ জৰিমনা ন্যায়ালয়ৰ।