অসমৰ বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি বলিউড অভিনেতা অৰ্জুন কাপুৰ আৰু নিৰ্দেশক তথা পৰিচালক ৰোহিত চেট্টীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ধন।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি দুয়ো বলিউড তাৰকাই বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তথা বান সাহায্যৰ বাবে ৫ লাখকৈ টকা আগবঢ়াইছে।
Bollywood actor Shri Arjun Kapoor and director Shri Rohit Shetty stood by the flood-affected people of Assam with their contribution of ₹5 lakh to CM Relief Fund.
I thank them for their concern and act of generosity.@arjunk26 @iamrohitshetty
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 16, 2022
বলিউড তাৰকা দুগৰাকীৰ এই সাহায্যৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছে।