- উত্তৰ গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
- আৰক্ষীক টকা দিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল’লে যুৱকে।
- ৰহমান উপাধিৰ এজন আৰক্ষীয়ে গোচৰৰ মীমাংসাৰ বাবে ধন দাবী কৰিছিল যুৱক জনক।
- পাৰিবাৰিক কাজিয়া মীমাংসাৰ নামত আৰক্ষীয়ে বিচাৰিছিল ৪০ হাজাৰ টকা।
- আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি আত্মহনন কৰিবলৈ বাধ্য হয় ভূৱনেশ্বৰ পাল নামৰ যুৱকজনে।