নিউজ ডেস্কঃ আনলক ৩.০ৰ নতুন নিৰ্দেশনা অনুসৰি অসমত সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হ’ব৷ প্ৰত্যেক সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াতৰ বাবে ৰাজ্যবাসীয়ে কোনো অতিৰিক্ত অনুমতি লোৱাৰ প্ৰয়োজন নাই৷
মুখ্য সচিবে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট