সংবাদ

লোকনিৰ্মাণ গৃহ বিভাগৰ আয়ুক্ত – মুখ্য অভিযন্তাৰ উপস্থিতিত দিছপুৰত শিক্ষামন্ত্ৰী আৰু পশ্চিম গুৱাহাটীৰ বিধায়কৰ বৈঠক

অলপতে অসম চৰকাৰৰ শিক্ষা বিভাগে ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত শেহতীয়াকৈ বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰিবৰ সিদ্ধান্ত কৰিছিল। এই...

Read more

দীপৰ বিলৰ ওফন্দি উঠা পানীত খানামুখ হাওৰাপাৰৰ জলবন্দী ৩০ টা পৰিয়াল

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হলেও ৰাইজৰ দুখ - দুৰ্দশাৰ অন্ত পৰা নাই। ব্ৰহ্মপুত্ৰ নদীৰ পানী গুৱাহাটীত বিপদসীমাৰ তললৈ আহিলেও...

Read more

অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাললৈ সকাহ উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অৰবিন্দ কেজৰিৱালৰ জামিন অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ EDৰ গোচৰত অন্তৱৰ্তীকালীন...

Read more

PRC বিৰ্তকঃ নিৰ্দেশনা প্ৰত্যাহাৰ শিক্ষামন্ত্ৰীৰ, ক্ষুব্ধ মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ!

উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশত ক্ষুব্ধ খোদ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী। শেহতীয়াকৈ ৰাজ্যৰ মহাবিদ্যালয়সমূহত অধ্যাপক, গ্ৰন্থাগাৰিক, সহায়ক তথা চতুৰ্থ বৰ্গৰ পদৰ চাকৰিত...

Read more

কেফে বি-ইউয়ে ফ্ৰাইডে ডিনাৰ ফিষ্টত আপোনালৈ আগবঢ়াইছে ভাৰতীয় ষ্ট্ৰীট ফুডৰ সোৱাদ

ৰেডিচন ব্লু গুৱাহাটীৰ কেফে বি-ইউয়ে সন্মানীয় অতিথিসকলক ফ্ৰাইডে ডিনাৰ ফিষ্ট - ষ্ট্ৰীট ফুড অফ ইণ্ডিয়াৰ জৰিয়তে ভাৰতৰ ৰাজপথত সততে দেখা...

Read more

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তঃ এবছৰতকৈ সৰু শিশু তুলি ল’লে পাব ১৮০ দিনৰ ছুটী

ৰাজ্যিক কেবিনেটৰ বৈঠকৰ পাছত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে মন্ত্রী ৰণোজ পেগুৱে। ৰাইজৰ উন্নয়ণৰ বাবে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত...

Read more

মহানগৰত সুস্বাদু আহাৰৰ ঠিকনা “কাকে দি হাট্টি”

গুৱাহাটী মহানগৰৰ মাজমজিয়াত থকা “কাকে দি হাট্টি” নামৰ ৰেষ্টোৰাখনে সম্পূৰ্ণ কৰিলে সফলতাৰ দুটা বছৰ। এই উপলক্ষে আঠগাঁও কুমাৰপাৰাস্থিত ৰেষ্টোৰাখনে এক...

Read more

NEET-UGৰ পৰীক্ষাঃ উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰিব ৰায়!

NEET-UGৰ পৰীক্ষা কেলেংকাৰীক লৈ আজি পুনৰ গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি ৰায় প্ৰদান কৰি দেশৰ উচ্চতম ন্যায়ালয়ে। প্ৰায় ৪০খন আবেদনৰ ভিত্তিত...

Read more

পৰীক্ষাৰ নতুন আৰ্হিৰ ঘোষণাই পৰীক্ষাৰ্থীসকলক শ’লঠেকত পেলাইছে: লুৰীণজ্যোতি গগৈ

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ আগন্তুক তৃ়তীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা APSCৰ আৰ্হিত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ...

Read more

মহাবিদ্যালয়ৰ অধ্যাপক, লাইব্ৰেৰিয়ান আদি পদত নিযুক্তিৰ বাবে বাধ্যতামূলক নহয় PRC

ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক, এ ই এছ সুমিত্ৰা দেৱে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, লাইব্ৰেৰিয়ান, তৃতীয়...

Read more
Page 29 of 807 1 28 29 30 807