- অসমত নতুনকৈ স্থাপন কৰা হ’ব ৫ খন সৈনিক স্কুল।
- PPP মোডত স্থাপন হ’ব এই সৈনিক স্কুল কেইখন।
- ইয়াৰ বাবে ইতিমধ্যে আৰম্ভ কৰা হৈছে যাৱতীয় প্রক্রিয়া।
- ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনালে এই কথা।
Visited Sainik School, Goalpara. Interacted with the faculty members and the students and shared the government’s vision for the educational progress of the State. @himantabiswa @CMOfficeAssam @mygovassam pic.twitter.com/TSGI7CtH9v
— Ranoj Pegu (Modi Ka Parivar) (@ranojpeguassam) August 15, 2022
- ছাত্রীক স্কুটী প্রদান সম্পৰ্কতো প্রতিক্রিয়া শিক্ষামন্ত্রীৰ।
- উল্লেখ্য যে, প্রতিবছৰে নতুন নতুন নিয়মেৰে ছাত্রীক প্রদান কৰা হয় স্কুটী।