• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দুষ্টক দমনৰ বাবে কঠোৰ হ’ব অসম আৰক্ষীঃ ভাস্কৰজ্যোতি মহন্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
January 14, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
দুষ্টক দমনৰ বাবে কঠোৰ হ’ব অসম আৰক্ষীঃ ভাস্কৰজ্যোতি মহন্ত
Share on FacebookShare on Twitter

আজি উলহ-মালহেৰে পালন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু আৰু আজিৰ এই পৱিত্ৰ দিনটোতেই শিৱসাগৰ জিলাৰ নাজিৰাৰ মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত গৃহ উদ্বোধন কৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

অসম চৰকাৰৰ “মৈত্ৰী” আঁচনিৰ অধীনত ১ কোটি ৪২ লাখ টকাৰে নিৰ্মাণ কৰা হৈছে নাজিৰা মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহটো৷ ইয়াৰোপৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নাজিৰাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ কাষতে থকা কমলাবাৰী বনভোজস্থলীও পৰিদৰ্শন কৰে৷ লগতে আৰক্ষী সঞ্চালক প্ৰধানজনে সমাজৰ অনিষ্ট সাধন কৰা দুষ্ট লোক সকলক সাৱধান বাণী দিয়ে আনহাতে সৎ লোকসকলক আৰক্ষীলৈ ভয় নকৰিবলৈ আহ্বান জনায়। অসম আৰক্ষীয়ে সৎ তথা সমাজ সংস্কাৰক লোকসকলৰ লগত হাতত হাত মিলাই কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ বিহুবৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহটি উদ্বোধনী অনুস্থানত আৰক্ষী মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মা, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ লগতে অসম আৰক্ষীৰ বহুকেইজন বিষয়া আৰু স্থানীয় লোক উপস্থিত থাকে।

Previous Post

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ক’ভিড পজিটিভ

Next Post

ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ভোগালীৰ আনন্দ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ভোগালীৰ আনন্দ

ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ভোগালীৰ আনন্দ

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

গুৱাহাটীৰ NCCৰ বায়ু শাখাৰ কেডেট নেপো মৈৰাংথেমৰ IMF একাডেমীত বায়ু সেনাৰ ফ্লায়িং অফিচাৰ পদত যোগদান

গুৱাহাটীৰ NCCৰ বায়ু শাখাৰ কেডেট নেপো মৈৰাংথেমৰ IMF একাডেমীত বায়ু সেনাৰ ফ্লায়িং অফিচাৰ পদত যোগদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8