• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজাদী কা অমৃত মহোৎসৱঃ অসম চৰকাৰে মুক্তি দিব ৫০ৰ ঊৰ্ধ্বৰ কয়দী!

নিউজ ডেস্ক by নিউজ ডেস্ক
August 4, 2022
in ক্ৰাইম, অসম, ৰাজনীতি, সংবাদ
1 min read
0
আজাদী কা অমৃত মহোৎসৱঃ অসম চৰকাৰে মুক্তি দিব ৫০ৰ ঊৰ্ধ্বৰ কয়দী!
Share on FacebookShare on Twitter

স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ অংশ ৰূপে কিছুমান বিশেষ শ্ৰেণীৰ কাৰাবন্দীৰ শাস্তি ক্ষমা কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। গৃহ মন্ত্ৰালয়ৰ পত্ৰৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ১৫ আগষ্টৰ পৰা মুক্তিৰ বাবে যোগ্য কয়দীৰ শ্ৰেণীসমূহ নিৰ্দিষ্ট কৰা হৈছে।

সেই মৰ্মে, ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ মহিলা আৰু ট্ৰেন্সজেণ্ডাৰ দোষীক তেওঁলোকৰ মুঠ শাস্তিৰ সময়সীমাৰ ৫০ শতাংশ সম্পূৰ্ণ কৰিলে মুকলি কৰি দিয়া হ’ব। পুৰুষ দোষীৰ ক্ষেত্ৰত শাস্তি ক্ষমা কৰাৰ বাবে নূন্যতম বয়স ৬০ বছৰ। শাৰীৰিক ভাৱে ৭০ শতাংশ অক্ষমতা বা তাতকৈ অধিক অক্ষমতা থকা বুলি মেডিকেল ব’ৰ্ডৰ দ্বাৰা প্ৰমাণপত্ৰ দিয়া দোষীসকলকো মুকলি কৰি দিয়া হ’ব যদিও তেওঁলোকৰ শাস্তিৰ সময় সীমাও ৫০ শতাংশ পাৰ হব লাগিব। অৱশ্যে মেডিকেল ব’ৰ্ডৰ দ্বাৰা প্ৰমাণপত্ৰ পালে গুৰুতৰ ৰোগত ভোগা দোষীক মুকলি কৰি দিয়াৰ কোনো চৰ্ত ৰখা হোৱা নাই।

তদুপৰি যি সকলে শাস্তিৰ সময়সীমাৰ দুই তৃতীয়াংশ বা ৬৬ সম্পূৰ্ণ কৰিছে, যিসকল দৰিদ্ৰ বা দৰিদ্ৰ কয়দী, যিয়ে নিজৰ শাস্তি সম্পূৰ্ণ কৰিছে কিন্তু তেওঁলোকৰ ওপৰত আৰোপ কৰা জৰিমনা পৰিশোধ নকৰাৰ বাবে এতিয়াও কাৰাগাৰত আছে, আৰু যি সকল ব্যক্তিয়ে কম বয়সতে অপৰাধ সংঘটিত কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে আন কোনো অপৰাধমূলক কাৰ্যত জড়িত নাছিল বা কোনো গোচৰ ৰুজু হোৱা নাই।

মৃত্যুদণ্ড, আজীৱন কাৰাদণ্ড, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে আইন অনুসৰি তৰা গোচৰৰ দোষীসকলৰ বাবে অৱশ্যে এনে ক্ষমাদান নহ’ব। লগতে যৌতুক, জালনোট, ধৰ্ষণ, মানৱ সৰবৰাহ ধন সৰবৰাহ, দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত, নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবছটেন্স এক্ট তথা দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীন আৰু শিশু সুৰক্ষা আইনৰ অধীনৰ অপৰাধৰ বাবে দোষী সাব্যস্ত বন্দীৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়। 

গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰদান কৰা তথ্য অনুসৰি নিৰ্দিষ্ট কৰা শ্ৰেণীত কোনো মহিলা আৰু ট্ৰেন্সজেণ্ডাৰ দোষী নাই। আনহাতে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ পাঁচজন পুৰুষ কয়দীৰ শাস্তিৰ কমেও ৬৫% সম্পূৰ্ণ হৈছে। অসমৰ কাৰাগাৰসমূহত ১২ জন দোষী আছে, যিয়ে তেওঁলোকৰ শাস্তিৰ সময়সীমাৰ ৬৬ শতাংশ সম্পূৰ্ণ কৰিছে। এইক্ষেত্ৰত সৰ্বাধিক নগাঁও কেন্দ্ৰীয় কাৰাগাৰত থকা শীলবানুশ গোৰীয়াই (৯০.৬%) শাস্তিৰ ম্যাদ অতিবাহিত কৰিছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান; ১৪ টা গৃহ ধ্বংস

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান; ১৪ টা গৃহ ধ্বংস

গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান; ১৪ টা গৃহ ধ্বংস

অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে ডঃ ৰণজিৎ ৰথৰ কাৰ্যভাৰ গ্ৰহণ

অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে ডঃ ৰণজিৎ ৰথৰ কাৰ্যভাৰ গ্ৰহণ

৬ মাহৰ ভিতৰত বন্ধ হ’ব দেশৰ সকলো টোলগে’ট!

৬ মাহৰ ভিতৰত বন্ধ হ’ব দেশৰ সকলো টোলগে’ট!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8