নামনি সোৱণশিৰি প্ৰকল্পত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। প্ৰকল্পত নিয়োজিত শ্ৰমিকে আজি প্ৰকল্পস্থলিত থকা এখন কণ্টেইনাৰ বাহন জ্বলাই দিয়ে। NHPCৰ মূল বান্ধত সৃষ্টি হৈছে এই উত্তেজনাপূৰ্ণ পৰিস্থিতি।
উল্লেখ্য যে, শ্ৰমিকসকলে যিখন কণ্টেইনাৰ জ্বলাই দিছে সেই কণ্টেইনাৰখনত একাংশ শ্ৰমিকো আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।