• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দিনযোৰা কাৰ্যসূচীৰে IASSTৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

নিউজ ডেস্ক by নিউজ ডেস্ক
November 6, 2022
in সংবাদ, অসম, শিক্ষা
1 min read
0
দিনযোৰা কাৰ্যসূচীৰে IASSTৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অন্তৰ্গত , গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন’লজি চমুকৈ IASSTৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস অলপতে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰতিষ্ঠানখনৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে। তাৰ পাছত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত হয়। সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা মুকলি সভাত ভাষণ প্ৰদান কৰে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব বৰি চন্দ্ৰশেখৰ , বিভাগৰ প্ৰাক্তন সচিব আৰু আই এন এছ এৰ সভাপতি অধ্যাপক আশুতোষ শৰ্মা আৰু এ আই ডিৰ মুৰব্বী ডঃ এম মহান্তিয়ে।

প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটাপ্ৰাপক তথা আই এ এছ এছ টিৰ প্ৰতিষ্ঠাপক উদ্ধোধক ডঃ দৰথী হডস্কিন আৰু পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাপ্ৰাপক ডঃ চি ভি ৰামণৰ নামত দুটা জনপ্ৰিয় বিজ্ঞান বিষয়ক বক্তৃতাৰ আয়াজন কৰা হয়। বক্তৃতা প্ৰদান কৰে ক্ৰমে গুজৰাটৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য অধ্যাপক ৰমা শংকৰ ডুবে আৰু কলকাতাস্থিত এছ এন বি এন চি বি এছৰ সঞ্চালক অধ্যাপক তনুশ্রী সাহা দাসগুপ্তাই। তেনেদৰে ভৌতিক আৰু জীৱ বিজ্ঞান বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা বক্তৃতাত বক্তৃতা প্ৰদান কৰে ক্ৰমে পুণেস্থিত আগাৰকাৰ ইনষ্টিটিউটৰ সঞ্চালক ডঃ প্ৰশান্ত দেখভালকাৰ, মণিপুৰৰ ইম্ফলস্থিত আই বি এছ ডিৰ সঞ্চালক অধ্যাপক পুলক কুমাৰ মুখাৰ্জী আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই।

আনহাতে সভাত বিগত বৰ্ষত আই এ এছ এছ টিৰ পৰা পি এইছ ডি ডিগ্ৰী লাভ কৰা গৱেষক শিক্ষাৰ্থী সকলক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় বিয়লিৰ পৰা সন্ধিয়ালৈ অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত প্ৰতিষ্ঠানখনৰ গৱেষক শিক্ষাৰ্থী সকলে নৃত্য প্ৰদৰ্শন , গীত আৰু বাৰে ৰহনীয়া অনুষ্ঠান পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।

Previous Post

গড়ভঙা বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান; ৭ টা ঘৰ উচ্ছেদ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ

''মেইনে বানায়া ইয়ে গুজৰাট'' মোডীৰ নিৰ্বাচনী শ্লোগান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8