আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন।
ৰাজ্যৰ ১২খন জিলাৰ ৪০টা সমষ্টিত অনুষ্ঠিত হয় এই ভোটগ্ৰহণ।
অসমৰ দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, কামৰূপ, কামৰূপ(মেট্ৰ’), নলবাৰী আৰু বাক্সা জিলাত আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া।
সন্ধিয়া ৫.৩০ বজালৈ ৭৮ শতাংশ লোকৰ ভোটাধিকাৰ সাব্যস্ত।
এই কথা জানিবলৈ দিয়ে নিৰ্বাচনী আয়োগে।
ইফালে তামিলনাডুত সন্ধিয়া ৬ বজালৈ ৬৪. ৯২ শতাংশ লোকৰ ভোটদান। পশ্চিমবংগত ৭৭.৬৮ শতাংশ, কেৰালাত ৬৯.৯৩ শতাংশ আৰু পুডুচেৰীত ৭৭.৯০ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।
Photo: Google