• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

National Games: ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৩৬ সংখ্যক নেছনেল গেমছ

নিউজ ডেস্ক by নিউজ ডেস্ক
September 26, 2022
in ৰাষ্ট্ৰীয়, ক্ৰীড়া
1 min read
0
National Games: ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৩৬ সংখ্যক নেছনেল গেমছ
Share on FacebookShare on Twitter

গুজৰাটত ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ৩৬ সংখ্যক নেছনেল গেমছ। আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল স্প’ৰ্টছ এনক্লেভত প্ৰথমবাৰৰ বাবে অলপতে অনুষ্ঠিত হোৱা বৈঠকত গুজৰাট চৰকাৰৰ যুৱ, ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ অশ্বিনী কুমাৰে দিয়া ভাষ্য অনুসৰি, ৭৪১৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এইবাৰৰ নেছনেল গেমছত। তদুপৰি এই মহোৎসৱৰ সৈতে প্ৰায় ১৪,৫০০ গৰাকী ব্যক্তি জড়িত হৈ আছে।

আনহাতে, শেহতীয়া ‘মন কী বাত’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই ক্ৰীড়া মহোৎসৱক লৈ উৎসাহ প্ৰকাশ কৰি কয় যে, ক’ভিডৰ পাছত প্ৰথমবাৰলৈ দেশত অনুষ্ঠিত হ’বলৈ গৈ আছে নেছনেল গেমছ। সেই বাবেই এইবাৰৰ নেছনেল গেমছ বিশেষ সমগ্ৰ দেশৰ বাবে আৰু খেলুৱৈ সকলক উৎসাহ যোগাবলৈ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত থাকিব বুলিও জনায়।

Previous Post

গুপ্তধন! আৰক্ষীয়ে খান্দি উলিয়ালে লাখে লাখে টকাৰ বাণ্ডিল

Next Post

গুলাম নবী আজাদে আজি ঘোষণা কৰিব নতুন দলৰ নাম!

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ দুদিনৰ পিছত জীৱন্তে উদ্ধাৰ অসমৰ যুৱক
ক্ৰাইম

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ দুদিনৰ পিছত জীৱন্তে উদ্ধাৰ অসমৰ যুৱক

June 5, 2023
উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত মৃত্য়ু হোৱা মৃতকৰ সংখ্যা ২৩৩লৈ বৃদ্ধি
ক্ৰাইম

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত মৃত্য়ু হোৱা মৃতকৰ সংখ্যা ২৩৩লৈ বৃদ্ধি

June 3, 2023
Strengthening Healthcare in North East India
সংবাদ

Strengthening Healthcare in North East India

June 2, 2023
গুৱাহাটীৰ পৰা মুম্বাই আৰু বেংগালুৰুলৈ পোনপটিয়া বিমানসেৱাৰ সংযোজন
সংবাদ

গুৱাহাটীৰ পৰা মুম্বাই আৰু বেংগালুৰুলৈ পোনপটিয়া বিমানসেৱাৰ সংযোজন

June 2, 2023
অভিযোগ সঁচা বুলি প্ৰমাণিত হলে মই ফাঁচীৰ বাবে সাজুঃ ব্ৰীজভূষণ
ৰাষ্ট্ৰীয়

অভিযোগ সঁচা বুলি প্ৰমাণিত হলে মই ফাঁচীৰ বাবে সাজুঃ ব্ৰীজভূষণ

June 1, 2023
Next Post
গুলাম নবী আজাদে আজি ঘোষণা কৰিব নতুন দলৰ নাম!

গুলাম নবী আজাদে আজি ঘোষণা কৰিব নতুন দলৰ নাম!

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত ২ মহিলা

আজিৰে পৰা আৰম্ভ হ’ল নৱৰাত্ৰি

আজিৰে পৰা আৰম্ভ হ'ল নৱৰাত্ৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8