মহাৰাষ্ট্ৰত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে পুণেত ৭ দিনৰ বাবে আশিংক লকডাউনৰ ঘোষণা কৰা হৈছে।
এই লকডাউনক লৈ গাইডলাইন জাৰি কৰা হৈছে।
জৰুৰী সেৱাসমূহ লকডাউনৰ বাহিৰত ৰখা হৈছে।
চৰকাৰৰ নিৰ্দেশনা অনুসৰি বাৰ, ৰেষ্টোৰা, হোটেল বন্ধ ৰখা হ’ব ৭ দিনলৈ।
হোম ডেলিভাৰী সুবিধাক ৰেহাই দিয়া হৈছে
Photo Credit: Google