বায়ুসেনাৰ এখন যুঁজাৰু বিমান মিগ-২১ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ জানিবলৈ পোৱা গৈছে।
বায়ুসেনাই জনোৱা অনুসৰি, এই বিমানখন মধ্য ভাৰতত এটা এয়াৰবেছত দুৰ্ঘটনাগ্ৰস্ত হয়।
এই দুৰ্ঘটনাটোত গ্ৰুপ কেপ্টেইন এ গুপ্তাই প্ৰাণ হেৰুৱায়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কাৰণ কি ইয়াৰ তদন্তৰ বাবে ক’ৰ্ট অব এনকুৱেৰী (Court of inquiry)ৰ গঠন কৰা হৈছে।
ঘটনাৰ সবিশেষৰ বাবে কিছু সময় অপেক্ষা কৰক…
Photo: Google