ভাৰতীয় ৰে’লসেৱাই জাৰি কৰিলে নতুন নিৰ্দেশনা।
এতিয়াৰে পৰা ৰে’লত যাত্ৰা কৰিলে নিশা চার্জ দিব নোৱাৰিব মোবাইল ফোন আৰু লেপটপত ।
নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ দিব নোৱাৰিব চার্জ এই সময়ত বিদ্যুতৰ ব্যৱস্থা কৰ্তন কৰি দিয়া হব বুলিও জানিবলৈ দিছে ৰে’লসেৱা কৰ্তৃপক্ষই ।
ইতিমধ্যে ১৬ মাৰ্চৰ পৰা পশ্চিম সীমান্ত ৰেলসেৱাই এই কাৰ্যসূচী আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
Photo Credit : Google