• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অশোক সিংহলৰ দায়িত্বতেই আছে গুৱাহাটী উন্নয়ন বিভাগ!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 10, 2022
in ৰাজনীতি, অসম, গুৱাহাটী
1 min read
0
অশোক সিংহলৰ দায়িত্বতেই আছে গুৱাহাটী উন্নয়ন বিভাগ!
Share on FacebookShare on Twitter

গুৱাহাটী উন্নয়ন বিভাগটো বৰ্তমানো মন্ত্ৰী অশোক সিংহলৰ হাততেই আছে, মন্ত্ৰীগৰাকীৰ পৰা গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব কৰ্তন কৰা বুলি যি প্ৰচাৰ চলিছে সেয়া শুদ্ধ নহয়। এই কথা ইতিমধ্যে এক প্ৰেছবাৰ্তাৰ জৰিয়তে জনসংযোগ, অসমে প্ৰকাশ কৰিছে।

প্ৰেছ বাৰ্তাটোত কোৱা হৈছে যে, অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগৰ চামিলকৰণেৰে পূৰ্বেই গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ গঠন কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে গুৱাহাটীৰ উন্নয়নৰ দায়িত্বও গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ওপৰতে অৰ্পণ কৰা হৈছে।

পূৰ্বৰে পৰা এই বিভাগৰ দায়িত্বত আছে মন্ত্ৰী অশোক সিংহল। সেয়ে সামগ্ৰিকভাৱে সমগ্ৰ নগৰ পৰিক্ৰমা বিভাগৰ লগতে গুৱাহাটীৰ উন্নয়নৰ দায়িত্বও মন্ত্ৰী অশোক সিংহলৰ ওপৰতে ন্যস্ত হৈ আছে। এই ক্ষেত্ৰত মন্ত্ৰী অশোক সিংহলক গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বৰ পৰা আজৰাই দিয়া বুলি প্ৰচাৰিত বাতৰি ভুল আৰু বিভ্ৰান্তিকৰ।

Previous Post

ৰিজাৰ্ভ বেংকে সমবায় বেংকৰ জৰিয়তে ঋণৰ প্ৰবাহ বৃদ্ধি কৰাৰ সিদ্ধান্তক অমিত শ্বাহৰ আদৰণি

Next Post

এই ৰুদ্ৰাক্ষ ধাৰণ কৰক! জীৱন সলনি হ’ব আপোনাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
এই ৰুদ্ৰাক্ষ ধাৰণ কৰক! জীৱন সলনি হ’ব আপোনাৰ

এই ৰুদ্ৰাক্ষ ধাৰণ কৰক! জীৱন সলনি হ'ব আপোনাৰ

অনিৰ্দিষ্টকাললৈ অসম বন্ধৰ হুংকাৰ নিষিদ্ধ ঘোষিত সংগঠন KLO ৰ

অনিৰ্দিষ্টকাললৈ অসম বন্ধৰ হুংকাৰ নিষিদ্ধ ঘোষিত সংগঠন KLO ৰ

মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ ৰাতুল মহন্তৰ দেহাৱসান

মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ ৰাতুল মহন্তৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8