গুৱাহাটী – ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ অনুসৰি কামৰূপ মহানগৰৰ ৫১নং জালুকবাৰী, ৫৩নং পূৱ গুৱাহাটী, ৫৪নং পশ্চিম গুৱাহাটী ভোটাৰ তালিকা খচৰা কালি প্ৰকাশ কৰা হয় ৷
এই খচৰাৰ বিৰুদ্ধে বাবে দাবী আৰু অভিযোগ আজিৰে পৰা আৰম্ভ কৰি ১৫ ডিচেম্বৰ পৰ্যন্ত দিব পাৰিব ৷ ৫ জানুৱাৰীৰ ভিতৰত দাবী আৰু অভিযোগ সমূহ উভতাই ল’ব পাৰিব ৷
১৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব ৷