• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাষ্ট্ৰপত্নী বিতৰ্কঃ অৱশেষত ক্ষমা বিচাৰিলে অধীৰ ৰঞ্জন চৌধুৰীয়ে!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 30, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ৰাষ্ট্ৰপত্নী বিতৰ্কঃ অৱশেষত ক্ষমা বিচাৰিলে অধীৰ ৰঞ্জন চৌধুৰীয়ে!
Share on FacebookShare on Twitter

অৱশেষত ক্ষমা বিচাৰিবলৈ বাধ্য হল অধীৰ ৰঞ্জন চৌধুৰী। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰি বিতৰ্কৰ সৃষ্টি কৰা চৌধুৰীক ক্ষমা বিচাৰিবলৈ দাবী উত্থাপন কৰিছিল বিজেপি আৰু মিত্ৰজোঁটৰ সদস্যসকলে।

ৰাষ্ট্ৰপতি গৰাকীক ‘ৰাষ্ট্ৰপত্নী’ বুলি কোৱাৰ বাবে সংসদত বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে ৰাষ্ট্ৰপতিগৰাকী দ্ৰৌপদী মুৰ্মূক অপমান কৰিছে বুলি উল্লেখ কৰি প্ৰবল প্ৰতিবাদ কৰিছিল। অৱশ্যে অধীৰ ৰঞ্জন চৌধুৰীয়ে তেওঁ ইচ্ছা কৰি ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰপত্নী বুলি সম্বোধন কৰা নাছিল বুলি মন্তব্য কৰি  ক্ষমা বিচাৰিবলৈ অমান্তি হৈছিল।

অৱশেষত চৌধুৰীয়ে ২৯ জুলাই, শুকুৰবাৰে এক পত্ৰৰ জৰিয়তে ক্ষমা বিচাৰিলে। উল্লেখ্য যে সাংসদ অধীৰ ৰঞ্জন চৌধুৰী লোক সভাৰ কংগ্ৰেছ দলৰ সদলপতি হোৱাৰ লগতে সংসদৰ পাব্লিক একাউণ্টছ কমিটীৰ অধ্যক্ষ আৰু পশ্চিমবংগ কংগ্ৰেছ কমিটীৰ ৰাজ্যিক সভাপতি।

Previous Post

আজি Commonwealth Games ৰ বক্সিং ৰিঙত নামিব লাভলীনা! খেলিব শিৱইও

Next Post

গৃহমন্ত্ৰী অমিত শ্বাহে আজি দাহ কৰিব ৩০ হাজাৰ কেজি ড্ৰাগছ!

Related Posts

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
গৃহমন্ত্ৰী অমিত শ্বাহে আজি দাহ কৰিব ৩০ হাজাৰ কেজি ড্ৰাগছ!

গৃহমন্ত্ৰী অমিত শ্বাহে আজি দাহ কৰিব ৩০ হাজাৰ কেজি ড্ৰাগছ!

গুৱাহাটীত আজি ড্রাগছ দাহন কাৰ্যসূচী!

গুৱাহাটীত আজি ড্রাগছ দাহন কাৰ্যসূচী!

আৰক্ষীৰ সফল অভিযান! খেৰৰ মেজিৰ পৰা জব্দ বৃহত্‍ পৰিমাণৰ গাঞ্জা

আৰক্ষীৰ সফল অভিযান! খেৰৰ মেজিৰ পৰা জব্দ বৃহত্‍ পৰিমাণৰ গাঞ্জা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8