Tag: অসম

টকা উদ্ধাৰ

নিৰ্বাচনৰ পূৰ্বে টকাৰ উজান; এইবাৰ AIUDFৰ প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা উদ্ধাৰ

নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া লাখ লাখ টকা উদ্ধাৰ হৈছে। সোমবাৰে ৰূপহীহাট আৰু মানকাচৰত উদ্ধাৰ হৈছিল ৬ লাখ টকা। ...

Prafulla Kumar Mahanta

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে প্ৰফুল্ল কুমাৰ মহন্তই; এই কথা জনালে পত্নীয়ে

আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। এই কথা ঘোষণা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই। ...

Congress

কংগ্ৰেছৰ দুৰ্গ তিতাবৰক ৰক্ষা কৰিব পাৰিবনে ভাস্কৰ জ্যোতি বৰুৱাই?

নিৰ্বাচনী প্ৰাকমুহূৰ্তত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুয়ে কংগ্ৰেছ দলটোক বাৰুকৈয়ে ক্ষতি কৰিছে। কিন্তু এই সময় কোনোৱে ধৰি ৰাখিব নোৱাৰে। ...

টকা জব্দ

নিৰ্বাচনৰ আগমুহূৰ্তত ৰাজ্যত টকাৰ জোৱাৰ; দুখন পৃথক স্থানৰ পৰা জব্দ ৭ লাখ টকা

বিধানসভা নিৰ্বাচন এতিয়া দুৱাৰদলিত। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ সফল অভিযান। নিশা ফ্লায়িং স্কোৱাডে দুখনকৈ পৃথক পৃথক স্থানৰ পৰা ...

শুকুৰ আলী

বিজেপি ত্যাগ বিজেপিৰ ‘ষ্টাৰ কেম্পেইনাৰ’ শুকুৰ আলীৰ

ছচিয়েল মিডিয়াত প্ৰায়ে চৰ্চিত হৈ থকা এটা নাম শুকুৰ আলী। কিন্তু এতিয়া পুনৰ ছচিয়েল মিডিয়াত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নিজকে ...

অখিল গগৈ

১৭টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

শনিবাৰে সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰকাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই দলটোৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ...

ৰাইজৰ দল

আজি প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সম্ভাৱনা ৰাইজৰ দলৰ; ১৮টা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা

সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে ঘোষণা কৰিবলৈ আৰম্ভ কৰিছে টিকট লাভ কৰা প্ৰাৰ্থীৰ তালিকা। শুকুৰবাৰে সন্ধিয়া দুটা ...

Guwahati

নামতহে স্মাৰ্ট চিটী; কামত কিয় একেবাৰে তলত গুৱাহাটী!

গুৱাহাটীক স্মাৰ্ট চিটী বুলি ক'লে কি হ'ব? নামতহে স্মাৰ্ট চিটীলৈ পৰিণত হৈছে কামত গুৱাহাটী এতিয়াও আছে পিছপৰি। শাসকীয় চৰকাৰে নিৰ্বাচনৰ ...

Page 20 of 31 1 19 20 21 31