Tag: অসম

'অসম বচাও আহক'

কংগ্ৰেছৰ ‘অসম বচাও আহক’ পেজত কিয় বাৰে বাৰে টাইৱানৰ চাহ-বাগিচা?

অসমৰ চাহ-বাগিচাত এনে কি নাছিল যে কংগ্ৰেছে নিজৰ মুখ্য অফিচিয়েল পেজত টাইৱানৰ ফটো লগালে। ‘অসম বচাও আহক’ শ্ল'গান থকা পেজতে ...

ৰেলী

নিৰ্বাচনী ৰণডংকা! অসমত ৬খন আৰু পশ্চিমবংগত ২০খন ৰেলী কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ দিগ্গজসকলে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। সূত্ৰ অনুসৰি পশ্চিমবংগ আৰু অসম নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ...

Priyanka Gandhi

নিৰ্বাচনী আখৰা! অসমৰ চাহ-বাগিচাত চাহপাত তুলিলে প্ৰিয়ংকা গান্ধীয়ে

কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধী বাড্ৰাৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন। প্ৰিয়ংকা গান্ধীয়ে ইয়াত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে। লগতে তেওঁ ...

হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মাই ল’লে ক’ভিড ১৯ ভেকচিনৰ প্ৰথমটো পালি

সোমবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দ্বিতীয় পৰ্যায়ৰ ক’ভিড ১৯ ভেকচিনৰ প্ৰথমটো পালি ল'লে। GMCHত ভেকচিন লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য সোমবাৰৰ পৰা ...

অসম মাধ্যমিক শিক্ষা পৰিষদ

৪, ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ ব্যৱহাৰিক পৰীক্ষা

অসম মাধ্যমিক শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ জাননী। ৪,৫ মাৰ্চত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ ব্যৱহাৰিক পৰীক্ষা। পুৱা ৯ বজাত অনুষ্ঠিত ...

Assam Assembly

আগন্তুক নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনা; কি আছে এই নিৰ্দেশনাত?

সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনা ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত নীতিন খাড়েই ৷ নিৰ্বাচনী আচৰণ বিধিৰ তদাৰকৰ ...

পলাশ চাংমাই

বিধানসভা নিৰ্বাচনৰ পূৰ্বে AJYCP এৰি AJPলৈ গমন পলাশ চাংমাইৰ

সমাগত বিধানসভা নিৰ্বাচন। কিন্তু এতিয়াও চলি আছে দল সলনিৰ নাটকবাজী। ক'ত যাব, ক'ৰ পৰা খেলিব সেয়া এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰিব ...

বিশ্বৰ সৰ্বোচ্চ মন্দিৰ শ্ৰী শ্ৰী মহা মৃত‍্যুঞ্জয় মন্দিৰৰ কথাৰে…

বিশ্বৰ সৰ্বোচ্চ মন্দিৰ শ্ৰী শ্ৰী মহা মৃত‍্যুঞ্জয় মন্দিৰৰ কথাৰে…

নগাঁৱৰ ভেৰভেৰী গোঁসাই গাঁও। ব্ৰাহ্মণ সমাজৰ বৈদিক চৰ্চা কেন্দ্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত। প্ৰতিবছৰে তাত এখন বাৰ্ষিক ডাঙৰ সভা অনুষ্ঠিত হয় আৰু ...

Page 21 of 31 1 20 21 22 31