ৰাজ্যত দিনক দিনে বাঢিয়েই আছে পেট্ৰ’লৰ দাম। বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত পেট্ৰ’লৰ মূল্যই ৯০ৰ ঘৰ স্পৰ্শ কৰিলে। ৰাজ্যৰ ভিতৰত পেট্ৰ’লৰ মূল্য আটাইতকৈ উৰ্দ্ধগামী হৈছে মাজুলীত।
এনেদৰে ৰাজ্যত পেট্ৰ’লৰ মূল্য বৃদ্ধি হৈ গৈ থাকিলে বজাৰতো পৰিব ইয়াৰ প্ৰভাৱ।
ৰাজ্যৰ কোনখন জিলাত কিমান দাম পেট্ৰ’লৰঃ-
বাক্সা- ৯০.৪১(আজিৰ মূল্য), ৯০.২২(কালিৰ মূল্য)
বৰপেটা- ৯০.৬৬(আজিৰ মূল্য), ৯০.৪৭(কালিৰ মূল্য)
বিশ্বনাথ- ৯১.০১(আজিৰ মূল্য), ৯০.৮২(কালিৰ মূল্য)
বঙাইগাঁও- ৯০.২৯(আজিৰ মূল্য),৮৯.৯৭(কালিৰ মূল্য)
কাচাৰ- ৯০.৭৫(আজিৰ মূল্য), ৯০.৫৬(কালিৰ মূল্য)
চৰাইদেউ- ৯০.৮৯(আজিৰ মূল্য), ৯০.২৫(কালিৰ মূল্য)
চিৰাং- ৯০.১৬(আজিৰ মূল্য), ৮৯.৯৭(কালিৰ মূল্য)
দৰং- ৯০.৩১(আজিৰ মূল্য), ৯০.৪৫(কালিৰ মূল্য)
ধেমাজি- ৯১.১০(আজিৰ মূল্য), ৯০.৭৩(কালিৰ মূল্য)
ধুবুৰী- ৯১.০৯(আজিৰ মূল্য), ৯০.৯০(কালিৰ মূল্য)
ডিব্ৰুগড়- ৯০.৮৫(আজিৰ মূল্য), ৯০.৫৭(কালিৰ মূল্য)
ডিমা হাছাও- ৯১.৩৭(আজিৰ মূল্য), ৯১.১৮(কালিৰ মূল্য)
গোৱালপাৰা- ৯০.৬৬(আজিৰ মূল্য), ৯০.৪৭(কালিৰ মূল্য)
গোলাঘাট- ৯০.৩২(আজিৰ মূল্য), ৯০.১৬(কালিৰ মূল্য)
গুৱাহাটী- ৯৯.৫৫(আজিৰ মূল্য), ৯০.১৪(কালিৰ মূল্য)
হাইলাকান্দি- ৯১.১৮(আজিৰ মূল্য), ৯০.৯৯(কালিৰ মূল্য)
হোজাই- ৯০.৯১(আজিৰ মূল্য), ৯১.০২(কালিৰ মূল্য)
যোৰহাট- ৯০.৬৪(আজিৰ মূল্য), ৯০.৩৬(কালিৰ মূল্য)
কামৰূপ- ৯০.৫৫(আজিৰ মূল্য), ৯০.১৪ (কালিৰ মূল্য)
কামৰূপ(মেট্ৰ’)- ৯০.১৯(আজিৰ মূল্য), ৯০(কালিৰ মূল্য)
কাৰ্বি আংলং- ৯০.৭৮(আজিৰ মূল্য), ৯০.৫৯(কালিৰ মূল্য)
কৰিমগঞ্জ- ৯১.০৮(আজিৰ মূল্য), ৯০.৮৯(কালিৰ মূল্য)
কোকৰাঝাৰ- ৯০.৫৮(আজিৰ মূল্য), ৯০.৩৯(কালিৰ মূল্য)
লখিমপুৰ- ৯১.৪৯(আজিৰ মূল্য), ৯১.৩০(কালিৰ মূল্য)
মাজুলী- ৯১.৬৯(আজিৰ মূল্য), ৯১,৫০(কালিৰ মূল্য)
মৰিগাঁও- ৯০.৩৫(আজিৰ মূল্য), ৯০.৪২(কালিৰ মূল্য)
নগাঁও- ৯০.৯৩(আজিৰ মূল্য), ৯০.৮২(কালিৰ মূল্য)
নলবাৰী- ৯০.৬৬(আজিৰ মূল্য), ৯০.৪৭(কালিৰ মূল্য)
শিৱসাগৰ- ৯০.৭৮(আজিৰ মূল্য), ৯০.৫৯(কালিৰ মূল্য)
শোণিতপুৰ- ৯০.৩৮(আজিৰ মূল্য), ৯০.১৭(কালিৰ মূল্য)
তিনিচুকীয়া- ৯০.৩৫(আজিৰ মূল্য), ৯০.১৬(কালিৰ মূল্য)
ওদালগুৰি- ৯০.৯৩(আজিৰ মূল্য), ৯০.৬৬(কালিৰ মূল্য)
পশ্চিম কাৰ্বি আংলং- ৯১.৩০(আজিৰ মূল্য), ৯১.১০(কালিৰ মূল্য)
Photo: Google