বছৰৰ শেষৰ দিনটোত নিবনুৱালৈ আহিছে এটি ভাল খবৰ। অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত খালী হোৱা বিভিন্ন পদত আবেদন বিচৰা হৈছে। আজিৰে পৰা আৰম্ভ হৈছে আবেদন জমা দিয়াৰ তাৰিখ আৰু অন্তিম তাৰিখ হৈছে ১৪ জানুৱাৰী ২০২২। ইচ্ছুকজনে https://rural.assam.gov.in অথবা www.pnrdhcms.org ত আবেদন কৰিব পাৰিব।