- দিল্লীৰ এটা মেট্র’ ষ্টেচনৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড
- এটা ব্যৱসায়িক প্রতিষ্ঠানত এই অগ্নিকাণ্ড
- অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৭গৰাকীলৈ বৃদ্ধি
- ব্যৱসায়িক প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী মনীষ লাকৰা পলাতক
- এই ভয়ংকৰ ঘটনাত প্রধানমন্ত্রীৰ শোক প্রকাশ
- প্রতিগৰাকী নিহতৰ পৰিয়াললৈ ২লাখ টকাৰ সাহায্য ঘোষণা
- ঘটনাত আহতসকললৈ চিকিৎসাৰ বাবে ৫০হাজাৰ টকাৰ সাহায্য