- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে তৰা গোচৰ খাৰিজ।
- গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে নিৰ্বাচন আয়োগৰ গোচৰটো।
- ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আচৰণবিধি উলংঘনৰ আছিল গোচৰ।
- এই গোচৰৰ ভিত্তিত মুখ্যমন্ত্রীলৈ চমন জাৰি কৰিছিল CJM আদালতে।
- CJM আদালতত হাজিৰ নোহোৱাত ড০ হিমন্ত বিশ্ব শৰ্মাক জৰিমণা বিহিছিল আদালতে।
- ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মহাধিবক্তা।
- এই আৱেদনৰ ভিত্তিত শনিবাৰে উচ্চ ন্যায়ালয়ে খাৰিজ কৰে গোচৰ।