অসমৰ জনপ্ৰিয় শুদ্ধ অসমীয়া গহনাৰ বাবে বিখ্যাত “১১টাকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত প্ৰতিষ্ঠান ডুগডুগী”ৰ উদ্যোগত চতুৰ্থবাৰৰ বাবে জনপ্ৰিয় অনুষ্ঠান “অসম কন্যা ২০২২-২৩”
পুৰস্কাৰ সমূহ:-
১) খিতাপ বিজয়ীক মুঠিখাৰু, অসমীয়া গহনা ছেট, আঙুঠি, কঁপালি ,গ্ৰন্থ, ট্ৰফী, ডুগডুগী ৫বছৰৰ ৰেহাই কাৰ্ড, বিহুৱান ,চেলেং, গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
২) দ্বিতীয় পুৰস্কাৰ – অসমীয়া গহনা ছেট, আঙুঠি, গ্ৰন্থ, ট্ৰফী, ডুগডুগী চাৰি বছৰৰ discount কাৰ্ড ,বিহুৱান, চেলেং, গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
৩) তৃতীয় পুৰস্কাৰ- অসমীয়া গহনা ছেট, গ্ৰন্থ, ট্ৰফী, ডুগডুগী তিনি বছৰৰ discount কাৰ্ড ,বিহুৱান, চেলেং, গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
৪) চতুৰ্থ পুৰস্কাৰ- ঝুমকা কানফুলি, আঙুঠি, গ্ৰন্থ,ট্ৰফী, ডুগডুগী ২বছৰৰ discount কাৰ্ড, বিহুৱান, চেলেং, গছপুলি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব।
৫) ১০ গৰাকীক নিচুকনি বঁটা আৰু ৫ গৰাকীক বিচাৰকৰ বিশেষ সন্মানত অসমীয়া গহনা আঙুঠি, ট্ৰফী, ডুগডুগী ১বছৰলৈ discount কাৰ্ড,বিহুৱান,গছপুলি আৰু প্ৰমাণ পত্র প্ৰদান কৰা হব।
নিয়মাৱলী:-
১)প্ৰতিযোগিতাত জীয়ৰী-বোৱাৰী সকলোৱে অংশ গ্ৰহণৰ বাবে ডুগডুগী ফেচবুক পেজ https://www.facebook.com/dugdugiassamesejewellery/ ত অংশীদাৰ কৰিব লাগিব।
২) ১টা Like ত ১পইণ্ট আৰু ১টা শ্বেয়াৰত ৫পইণ্ট লাভ কৰিব। ১টা ফেচবুক একাউণ্টৰ পৰা সৰ্বাধিক ৫টা শ্বেয়াৰ কৰিব পাৰিব ।
৩)৩০-৬০ চেকেণ্ডৰ নিজৰ বিষয় প্ৰত্যেকজন প্ৰতিযোগিয়ে video কৰি আপলোড কৰা নিৰ্দিষ্ট নিজৰ ফটোৰ কমেণ্টত দিব লাগিব।২০০ পইণ্ট সংযোগ হব।( Video টো আগষ্ট মাহৰ ১০তাৰিখৰ ভিতৰত upload দিলেও হব,নিদিলে bonas ২০০মাৰ্ক টো নাপাব)। লগতে ডুগডুগী আৰু স্বত্বাধিকাৰী উৎপল বণিয়া বিষয়ে কিছু তথ্য যুগুত কৰি নিজৰ timeline আৰু নিজৰ ফটোৰ কমেণ্টত দিব পৰা সকল বিচাৰকৰ বিশেষ বঁটা বাবে মনোনয়ন হব আৰু অতিৰিক্ত ১০০ বোনাচ পইণ্ট পাব।
৪) বিচাৰকৰ সিদ্ধান্ত মৰ্মে নতুন চৰ্তাৱলী প্ৰযোজ্য হব পাৰে। সৰ্বাধিক পইণ্ট লাভ কৰা গৰাকীক বিজয়ী ঘোষণা কৰা হব।
৫) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পৰম্পৰাগত সাজপাৰ (অনান্য), বিয়া সাজপাৰ, সত্ৰীয়, জনগোষ্ঠীয় সাজপাৰ ইত্যাদি আৰু অসমীয়া গহনা পৰিধান কৰা ফটো সমূহ Email [email protected] অথবা Whatsapp নম্বৰ 9957992615 লৈ সম্পূণ নাম ,বয়স, ঠিকনা দি প্ৰেৰণ কৰিব লাগিব। ১৫ বছৰৰ ওপৰৰ জীয়ৰী আৰু বোৱাৰী সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব।
৬) ফটো সমূহ ২৫ জুলাই ৰ ভিতৰত পঠিয়াব লাগিব।
৭) ২৮ জুলাই পৰা আৰম্ভ হব লগীয়া “অসম কন্যা” প্ৰতিযোগিতা ২০ আগষ্টৰ ৰাতি ১১.৫৫ মিনিটত সমাপ্ত হব আৰু ২১ আগষ্ট ত Facebook Live আৰু বাতৰি কাকত ৰ যোগেদি “অসম কন্যা খিতাপ” ঘোষণা কৰা হব।
৮)পুৰস্কাৰ সমূহ ডুগডুগীৰ নতুন শাখা তেজপুৰত (চিভিল চাৰিআলি,কাৰ পাৰ্কিং) গ্ৰেণ্ড অপেনিং চেলিবেশ্যনৰ দিনাখন দিয়া হব।
অন্যথাই অক্টোবৰ মাহৰ ক্ৰমান্বয়ে গুৱাহাটীৰ চান্দমাৰী,নগাওঁ কলেজৰ ট্ৰেফিক পইণ্ট আৰু যোৰহাট গড় আলি পুৰণি বালিবাট, ডিব্ৰুগড়ৰ কে চি গগৈ পথ, লখিমপুৰৰ ছোৱালী হাইস্কুল ৰোডত অৱস্থিত বিপনীৰ পৰা সংগ্ৰহ কৰিব লাগিব।
৯)পুৰস্কাৰ সমূহ নতুনকৈ নিধাৰিত তাৰিখত দিয়া হব ।