গুৱাহাটীত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ সোণ। পল্টন বজাৰ ৰে’লৱে ষ্টেচনত জব্দ কৰা হয় উক্ত সোণখিনি। ৰাজধানী এক্সপ্ৰেছৰ পৰা ৰেলৱে আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৫০ লাখ টকাৰ সোণ। গুৰি কৰি টোপোলাত ভৰাই অতি কৌশলেৰে সৰবৰাহৰ চেষ্টা কৰিছিল সোণখিনি।
জালত পৰিছে এজন সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীজনৰ নাম মহম্মদ ছাফি।