শিক্ষা আৰু শক্তি দুয়োটা বিভাগৰ খালী হৈ থকা পদ পূৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক ৷
২০২২ ৰ ডিচেম্বৰৰ ভিতৰতে খালী পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ ৷
বিদ্যুত খণ্ডক পূৰ্ণগঠনৰ বাবে নতুন পদ সৃষ্টিৰো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷
বৈঠকত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰনোজ পেগু, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ লগতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ।