• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কন্ঠশিল্পী জুবিন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 2, 2022
in ক্ৰাইম, মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কন্ঠশিল্পী জুবিন
Share on FacebookShare on Twitter

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নৌটিয়াল চিৰিৰ পৰা পৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অট্টালিকাৰ চিৰিৰ পৰা নামি অহাৰ সময়ত ঘটা দুৰ্ঘটনাত তেওঁ মূৰ আৰু কঁকালত আঘাত পাইছে। উল্লেখযোগ্য যে, জুবিন নৌটিয়াল শেহতীয়া সময়ত ‘তু ছামনে আয়ে’, ‘মানিকে’, আৰু ‘বনা শাৰবী’ৰ দৰে জনপ্ৰিয় গীতৰ বাবে লাইমলাইটত আছে।

বলীউডৰ জনপ্ৰিয়  কণ্ঠশিল্পী জুবিন নৌটিয়ালৰ লগত সংঘটিত হোৱা দুৰ্ঘটনাৰ খবৰৰ পিছত অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে। জুবিন নৌটিয়ালৰ গীত অনুৰাগীৰ মাজত অতি জনপ্ৰিয়। তেওঁৰ কন্ঠই উদ্যোগটোত নিজৰ বিশেষ পৰিচয় প্ৰতিষ্ঠা কৰিছে। লুট গয়েৰ পৰা হামানৱা মেৰে, ৰাত লাম্বিয়ালৈকে জুবিনৰ বহু গীত যুৱপ্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয়। শেহতীয়াকৈ তেওঁ অজয় দেৱগন, সিদ্ধাৰ্থ মালহোত্ৰা আৰু নোৰা ফাতেহীৰ ওপৰত চিত্ৰিত হোৱা ভাইৰেল গীত ‘মণিকে মাগে হীথে’ও গাইছিল।

Previous Post

পাণ্ডু-কামাখ্যা সংযোগী পথ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Next Post

ৰাহুল গান্ধীক ৰঙা গোলাপ দিলে অভিনেত্ৰী স্বাৰা ভাস্কৰে!

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
আৰক্ষীৰ অভিযানত চোৰাং তেল পৰিবাহী টেংকাৰ জব্দ!
ক্ৰাইম

মহানগৰীত পুনৰ ডকাইতি কাণ্ড!

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
বৰাকত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ
ক্ৰাইম

নামৰূপত আটক ড্ৰাগছ সৰবৰাহকাৰী

September 22, 2023
মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী
ৰাজনীতি

মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী

September 22, 2023
Next Post
ৰাহুল গান্ধীক ৰঙা গোলাপ দিলে অভিনেত্ৰী স্বাৰা ভাস্কৰে!

ৰাহুল গান্ধীক ৰঙা গোলাপ দিলে অভিনেত্ৰী স্বাৰা ভাস্কৰে!

অসমৰ জনতা সাৰ পালে ৰাৱণৰ দৰে দশা হ’ব হিমন্ত বিশ্ব শৰ্মাৰ!

অসমৰ জনতা সাৰ পালে ৰাৱণৰ দৰে দশা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ!

SSBৰ উদ্যোগত গুৱাহাটীত সামৰিক – অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক

SSBৰ উদ্যোগত গুৱাহাটীত সামৰিক - অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8