সংস্কৃতি

চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভটিল জুবিন গাৰ্গ

হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হ'ল জুবিন গাৰ্গক। চিকিৎসকে ঘৰতে জিৰণি ল'বলৈ নির্দেশ দিছে যুৱ প্ৰজম্মৰ হাৰ্টথ্ৰব গৰাকীক। উল্লেখ্য যে,...

Read more

এয়াৰ এম্বুলেন্সৰে গুৱাহাটী পালেহি জুবিন গাৰ্গ!

অৱশেষত দিনজোৰা উৎকণ্ঠাৰ অন্ত পেলাই গুৱাহাটী পালেহি সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ। ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ পৰা তেওঁক ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ...

Read more

প্ৰয়োজনত এয়াৰ এম্বুলেঞ্চেৰে জুবিনক ৰাজ্যৰ বাহিৰলৈ নিয়া হ’বঃ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসুস্থ জুবিন গাৰ্গৰ উন্নত চিকিৎসা সেৱা সু নিশ্চিত কৰিবলৈ ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুক নিৰ্দেশনা প্ৰদান...

Read more

অসুস্থ জুবিন গাৰ্গঃ ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি

জুবিন গাৰ্গ অসুস্থ! জুবিন গাৰ্গক আজি পুৱা ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিন্তাৰ বিশেষ কাৰণ নাই বুলি হাস্পতালখনৰ...

Read more

শাওণ মাহৰ প্ৰথমটো সোমবাৰত ভীমাশংকৰ মন্দিৰত ভক্তৰ সমাগম

ভাৰতৰ আন ৰাজ্যৰ দৰে অসমতো শাওণ মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে। লোক বিশ্বাস অনুসৰি ভোলবোম হিচাপে জনপ্ৰিয় আৰু...

Read more

জীনা ৰাজকুমাৰী আৰু বৰছিং ৰংফাৰলৈ লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণি মাটি-মানুহ-সমন্বয় বঁটা

অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ পৌৰোহিত্যত আজি এখন কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ...

Read more

মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

গুৱাহাটীৰ চান্দমাৰী অঞ্চলত থকা মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰই মহানগৰীৰ ভালেমান শিক্ষাৰ্থীক গীটাৰ, পিয়ানো, কী বৰ্ড, বেহেলা আৰু কণ্ঠ সংগীতৰ প্ৰশিক্ষণ...

Read more

তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ গ্রীষ্মকালীন নৃত্য কৰ্মশালাৰ সামৰণি

ৰাজ্যখনৰ অন্যতম সাংস্কৃতিক গোষ্ঠী, গুৱাহাটীৰ নাৰেংগী বীৰকুছিস্থিত তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰই উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী সকলে...

Read more

সাংস্কৃতিক সঞ্চালকালয় আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ ‌সহযোগত অসম কলাতীৰ্থৰ তিনিদিনীয়া নাট

সাংস্কৃতিক সঞ্চালকালয়, অসম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ‌সহযোগত অসম কলাতীৰ্থৰ তিনিদিনীয়া নাট সমাৰোহৰ অলপতে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত...

Read more

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীয়ে হাতীগড় চাৰিআলিৰ নাৰিকলবাৰী শিশু উদ্যানত বিভিন্ন কাৰ্য্যসূচীৰে ২০ জুনৰ বিয়লি বিষ্ণু ৰাভা দিৱস উদযাপন কৰে। বন্তি প্ৰজ্বলনেৰে...

Read more
Page 6 of 8 1 5 6 7 8