গুৱাহাটী

১২ আগষ্টলৈ বাতিল কৰা হৈছে যাত্ৰীবাহী ৰে’ল

গুৱাহাটীঃ ভাৰতীয় ৰে’লৱেয়ে ১২ আগষ্টলৈ বাতিল কৰিছে নিয়মীয়া যাত্ৰীবাহী ৰে’ল৷ ৰাজধানী বিশেষ আৰু অন্যান্য বিশেষ যাত্ৰীবাহী ৰে’লৰ সেৱা অব্যাহত থাকিব...

Read more

বিপদসীমাৰ ওপৰত জলপৃষ্ঠ

গুৱাহাটীঃ গুৱাহাটীত মহাবাহু ব্রহ্মপুত্রৰ জলপৃষ্ঠ বিগত কেইবাদিন বাঢ়ি থকাত আজি নিশালৈ ইয়াৰ বিপদ সীমাৰ ওপৰেদি বৈ যোৱাৰ সম্ভাৱনা আছে৷ গুৱাহাটী...

Read more

অত্যন্ত কঠোৰ হ’ব লক ডাউনৰ প্ৰথম সপ্তাহঃ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীঃ গুৱাহাটীত ভয়াৱহ ভাৱে বৃদ্ধি হোৱা ক’ৰোনা আক্ৰান্তৰ সংখ্যাই আতংকৰ সৃষ্টি কৰাৰ সময়তে সম্পূৰ্ণ ১৪দিনৰ বাবে গুৱাহাটী মহানগৰীত লক ডাউন...

Read more

গুৱাহাটীত ১০ শতাংশ লোকেও পিন্ধা নাই মাস্ক, নাই মনা সামাজিক দূৰত্ব

গুৱাহাটীঃ গুৱাহাটীত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা সংবাদমেলত কয় যে গুৱাহাটীত প্ৰায়...

Read more

অসমলৈ ভূটানে পানী যোগান বন্ধ কৰা নাই বুলি স্পষ্ট কৰিলে মুখ্য সচিবে

গুৱাহাটীঃ অসমৰ একাংশ সংবাদ মাধ্যমত বাতৰিত ভূটানে অসমলৈ পানী যোগান বন্ধ কৰা বুলি প্ৰকাশ পাইছে। ইয়াত কোৱা হৈছে যে জলসিঞ্চনৰ...

Read more

আকৌ লকডাউন হ’ব নেকি গুৱাহাটীত?

গুৱাহাটীঃ গুৱাহাটীত ক’ৰোনাৰ ভয়াৱহ সামাজিক সংক্রমণ ৰোধ কৰাত প্রশাসন, আৰক্ষী সকলোৰে দায়িত্বক লৈ কাইলৈ এছ অ’ পি (ষ্টেণ্ডার্ড অ’পাৰেটিং প্রচিডিউৰ)...

Read more

গুৱাহাটীত ভয়ংকৰ ভূমিস্খলন

গুৱাহাটীঃ আজি ৰাতিপুৱা গুৱাহাটী মহানগৰীৰ কাহিলিপাৰা পাৱাৰ হাউচৰ সমীপত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ভূমিস্খলনৰ ফলত এটা বাসগৃহৰ ওপৰত...

Read more

৬দিনৰ বাবে বন্ধ থাকিব গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়

গুৱাহাটীঃ গুৱাহাটী মহানগৰীত দিনে-দিনে বৃদ্ধি পোৱা ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা দলৰ ৰাজ্যিক কাৰ্যালয় আজিৰে পৰা আগন্তুক...

Read more

চীনত আৰম্ভ হৈছে বিতৰ্কিত কুকুৰৰ মাংসৰ উৎসৱ

গুৱাহাটীঃ ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে চীনত আৰম্ভ হৈছে বিতৰ্কিত ইউলিন কুকুৰৰ মাংসৰ উৎসৱ। ২১ জুনৰ পৰা আৰম্ভ হোৱা এই বিতৰ্কিত...

Read more

২০২০ বৰ্ষৰ অসমৰ উচ্চতৰ মাধ্যমিক পৰিষদৰ ফলাফল ঘোষণা

গুৱাহাটীঃ ২৫ জুন ২০২০ তাৰিখে অসম উচ্চতৰ মাধ্যমিক পৰিষদে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰিছে৷ দৰঙৰ পাথৰি ঘাট...

Read more
Page 137 of 138 1 136 137 138