- ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানখনসমূহৰ গৰম বন্ধ ঘোষণা কৰা হৈছে।
- বান পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহৰ আগতীয়াকৈ গৰম বন্ধ ঘোষণা।
- ২৫ জুনৰ পৰা ২৫ জুলাইলৈ হ’ব গৰম বন্ধ।শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে গৰম বন্ধ।
- উল্লেখযোগ্য যে, পূৰ্বতকৈ এইবাৰ আগুৱাই দিয়া হৈছে গৰম বন্ধ।
- ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে ১ মাহ গৰম বন্ধ পাব ছাত্ৰ-ছাত্ৰীয়ে।
- বান পানীৰ বাবে বহু শিক্ষানুষ্ঠান বন্ধ হৈ আছে। সেয়েহে এইবাৰ আগুৱাই দিয়া হৈছে গৰম বন্ধ।