মেষঃ মেষ ৰাশিৰ বাবে দিনটো শৰীৰৰ কিছু অশান্তি আৰু কৰ্মত খেলিমেলি কাৰক হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ কাৰক। শিক্ষৰ্থীয়ে উচ্চ বিদ্যাৰ ক্ষেত্ৰত সুযোগ লাভ কৰিব। সাহিত্যিক, শিল্পীৰ শুভ ফল লাভৰ যোগ। ৰাজনীতিক, সমাজকৰ্মীৰ মনৰ উৎসাহ বৃদ্ধি হ’ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিক দিশত কিছু লাভৱান হ’ব।
বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শাৰীৰিৰ অসুস্থতাৰ মাজতো বিশেষ উন্নতিমূলক হ’ব। মনৰ অসন্তুষ্টি থাকিব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎকণ্ঠা বাঢ়িব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ পেছাদাৰী দিশটো টনকিয়াল হ’ব। কৰ্ম, আৰ্থিক আৰু বাণিজ্যত লাভৱান হ’ব।
মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত কিছু অশান্তি হ’ব। মানসিক সুখ-শান্তি বিঘ্নিত হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত খেলিমেলি থাকিব। শিক্ষাৰ্থীৰ মনৰ অশান্তি হ’লেও সফলতাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদ কৰ্মীৰ কিছু উন্নতি হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তি হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভ হ’ব।
কৰ্কটঃ কৰ্কট ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত অসুস্থতাৰ যোগ। মনৰো আনন্দ-উৎসাহ থাকিব। পৰিয়ালৰ মাজত সামান্য অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতিত অবিশ্বাস বাঢ়িব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ উন্নতিমূলক কৰ্মত ব্যস্ত হ’ব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ দেখা যায়। ৰাজনীতিকৰ বিশ্বাস ভংগৰ যোগ। আৰ্থিক, কৰ্মক্ষেত্ৰ আৰু বাণিজ্যত কিছু লাভৰ যোগ।
সিংহঃ সিংহ ৰাশিৰ বাবে দিনটো শাৰীৰিক ৰোগ বৃদ্ধিৰ কাৰক। সামান্য মানসিক অশান্তিৰ হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ যোগ। সাহিত্যিক, শিল্পী, ক্ৰীড়াবিদৰ অশান্তিৰ মাজতো কিছু উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি হ’ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত কিছুৱ লাভৱান হ’ব।
কন্যাঃ কন্যা ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মানসিক চিন্তা বৃদ্ধি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত বিশেষ যোগাযোগ হ’ব। শিল্পী, সাহিত্যিকৰ অশান্তি মাজতো কিছু উন্নত আশাৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অলপ অশান্তি হ’ব পাৰে। বাণিজ্য, আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কষ্টৰেহে লাভৱান হ’ব।
তুলাঃ তুলা ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত কিছু শুভ কাৰক হ’ব। মানসিক চিন্তা আৰু অশান্তিৰ যোগ। প্ৰেম আৰু সাংসৰিক ক্ষেত্ৰত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্য, ক্ৰীড়া-সংস্কৃতি আৰু সংবাদ সেৱাত জড়িতসকলৰ চিন্তাৰ মাজতে নতুন উৎসাহ বৃদ্ধি পাব। বাণিজ্য, আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হ’ব।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে দিনটো শৰীৰ অলপ অশান্তি হ’ব পাৰে। মানসিক অশান্তি আৰু হতাশা আঁতৰিব। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু চিন্তা হ’ব। সাহিত্যিক, শিল্পীৰ মনৰ দুৰ্ভাৱনা আৰু আৰ্থিক চিন্তা বৃদ্ধি হ’ব। ৰাজনীতি আৰু সমাজ কৰ্মৰে জড়িতসকলৰ লাভৱান হ’ব। কৰ্ম,বাণিজ্য আৰু আৰ্থিকত লাভৱান হ’ব।
ধনুঃ ধনু ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ যদিও মানসিক অশান্তি থাকিব। প্ৰেম আৰু সাংসৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ উচ্চাকাংক্ষা বাঢ়িব। সাহিত্য-সংস্কৃতিত জড়িত লোকৰ অশান্তি আৰু কষ্ট অব্যাহত থাকিব। ৰাজনৈতিক ব্যক্তিৰো চিন্তা বাঢ়িব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু লাভৰ যোগ।
মকৰঃ মকৰ ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক। মানসিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু সাংসৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ আশাত সফলতাৰ যোগ।সাহিত্য-সংস্কৃতিত জড়িত লোকৰ চিন্তা আৰু দুৰ্ভাৱনা বৃদ্ধিৰ যোগ। ৰাজনীতিকৰো অশান্তি হ’ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সামান্য উন্নতিৰ কাৰক।
কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শাৰীৰিক, মানসিক উভয় ক্ষেত্ৰতে অশুভ কাৰক হ’ব। প্ৰেম আৰু পাৰিবাৰিকত সুখ-শান্তিৰ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি হ’ব। সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ হতাশাৰ মাজতো কিছু উন্নত যোগাযোগ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতাৰ কাৰক। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত অলপ লাভৱান হ’ব।
মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুখ-শান্তি অব্যাহত থাকিব। মানসিক ক্ষেত্ৰত কিছু চিন্তা থাকিব। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত কিছু শুভ কাৰক। শিক্ষাৰ্থীৰ উৎসাহ, উদ্দীপনা বাঢ়িব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ কৰ্মত অশান্তি বৃদ্ধি পাব যদিও মনলৈ উৎসাহো আহিব। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত উন্নতি হ’ব পাৰে।