• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আছুৰ গুণ্ডাগিৰি!

নিউজ ডেস্ক by নিউজ ডেস্ক
April 30, 2022
in ক্ৰাইম, অসম
1 min read
0
জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আছুৰ গুণ্ডাগিৰি!
Share on FacebookShare on Twitter

জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা মহাবিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। জানিব পৰা মতে, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰায় এশজনীয়া সমৰ্থকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰাবাসৰ কেইবাগৰাকীও নিবাসী। আৰক্ষী উপস্থিত থকা অৱস্থাতে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ।

উল্লেখ্য যে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি অনুষ্ঠিত হৈ আছে, নিৰ্বাচনৰ প্ৰচাৰ তথা পষ্টাৰ লগোৱা ঘটনাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত প্ৰথমে বাকবিতণ্ডাৰ সৃষ্টি হয়। তাৰপিছত পৰিস্থিত এনে পৰ্যায় পায়গৈ যে তুমুল কাজিয়া আৰু হতাহতিও হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থকসকলে ছাত্ৰাবাসৰ নিবাসী কেইবাগৰাকীও ছাত্ৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে বুলি অভিযোগ উঠিছে।

বৰ্তমানলৈকে আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ছাত্ৰাবাসৰ নিবাসীসকলৰ।

Previous Post

গণেশগুৰিৰ উৰণীয়া সেতুত পথ দুৰ্ঘটনা

Next Post

এনকাউণ্টাৰ! কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত ৰাজস্থানৰ ড্ৰাগছ বেপাৰী

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
এনকাউণ্টাৰ! কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত ৰাজস্থানৰ ড্ৰাগছ বেপাৰী

এনকাউণ্টাৰ! কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত ৰাজস্থানৰ ড্ৰাগছ বেপাৰী

টীয়কত উপস্থিত হ’ল টীম গংগা

টীয়কত উপস্থিত হ'ল টীম গংগা

সংস্কৃতক ৰাষ্ট্ৰভাষা কৰাৰ দাবী অভিনেত্ৰী কংগনা ৰাণাৱটৰ

সংস্কৃতক ৰাষ্ট্ৰভাষা কৰাৰ দাবী অভিনেত্ৰী কংগনা ৰাণাৱটৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8